ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi

ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi (Sunday, November 29, 2026)
আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। শান্তিৰ সাহায্য লৈ আজি আপুনি সকলোৰে লগত বাৰ্তালাপ কৰিব।
ਉਪਚਾਰ :- মহিলাৰ ওপৰত বেয়া নজৰ নিদিব যদিহে নিজৰ চৰিত্ৰ ভাল ৰাখিব খোজে।

ਕੱਲ੍ਹ ਦੀ ਦਰ

ਸਿਹਤ:
ਧੰਨ:
ਪਰਿਵਾਰ:
ਪਿਆਰ ਮਾਮਲਾ:
ਕਿੱਤਾ:
ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ:
Talk to Astrologer Chat with Astrologer