মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024)

Author: Lobitha Dutta | Updated Sat, 30 Dec 2023 12:55 PM IST

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) ৰ এই বিশেষ লিখনিটোৰ বিশেষত্ব হৈছে যে ইয়াত আপুনি 2024 বৰ্ষত বৈদিত জ্যোতিষ অনুসৰি গ্ৰহসমূহৰ গতি-বিধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি 2024 বৰ্ষত আপুনি নিজৰ কেৰিয়াৰত কেনেধৰণৰ পৰিৱৰ্তন লাভ কৰিব, আপুনি নিজৰ আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা কৰা উচিত, কেতিয়া আপোনাৰ আৰ্থিক স্থিতি অনুকূল হ’ব আৰু কেতিয়া আৰ্থিক সংকট আহিব পাৰে, ধন লাভ হ’ব নে হানি, যদিহে আপুনি শিক্ষাৰ্থী তেনেহ’লে শৈক্ষিক স্থিতি কেনে হ’ব, আপুনি প্ৰেমৰ সম্পৰ্কত কেনে ফল লাভ কৰিব, আপোনাৰ প্ৰেমাস্পদৰ সৈতে আপোনাৰ অন্তৰংগতা বৃদ্ধি হ’ব নে দূৰত্ব বাঢ়িব, যদিহে আপুনি বিবাহিত তেনেহ’লে বৈবাহিক জীৱনত কেতিয়া আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু কেতিয়া আপোনালোকৰ সম্পৰ্ক শক্তিশালী হোৱা দেখা যাব, পাৰিবাৰিক জীৱনলৈ সুখ কেতিয়া আহিব, স্বাস্থ্য কেনে থাকিব আৰু কেৰিয়াৰক লৈ আপোনাৰ চিন্তাৰ সমাধান কেতিয়া লাভ কৰিব ইত্যাদি তথ্য জানিব পাৰিব। এই সকলোবোৰৰ বিষয়ে আপুনি এই বিশেষ লেখাটোত জানিব কৰিব। সেয়েহে এই প্ৰৱন্ধটো আৰম্ভণিৰপৰা শেষলৈকে ভালদৰে পঢ়ক।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

আমি আপোনাক জনাব বিচাৰোঁ যে এইমিথুন ৰাশিফল 2024বিশেষভাৱে আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰদ্বাৰা আপুনি 2024 বৰ্ষৰ পূৰ্বানুমান লাভ কৰিব পাৰিব আৰু গোটেই বৰ্ষটোৰ ভৱিষ্যতবাণী জানি লৈ বৰ্ষটোৰ পৰিকল্পনা কৰিব পাৰিব। আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত 2024 বৰ্ষৰ সময়ছোৱাত গ্ৰহ-নক্ষত্ৰ স্থিতিৰ কি প্ৰভাৱ পৰিব, এই সকলোবোৰ জনাৰ সুযোগ আপুনি এই লেখাটোত প্ৰাপ্ত কৰিব। ইয়াৰ ভিত্তিত আপুনি কোনো বিশে ক্ষেত্ৰৰ বাবে বিশেষ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰিব পাৰিব। এইপ্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশিষ্ট জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা প্ৰস্তুত কৰা হৈছে। এই লিখনিটো প্ৰস্তুত কৰোঁতে 2024 ত হ’বলগীয়া গ্ৰহসমূহৰ পৰিবহনৰ ওপৰত বিশেষভাৱে দৃষ্টি প্ৰদান কৰা হৈছে আৰু এইবোৰৰ আপোনাৰ জীৱনত প্ৰবাৱ কেনে, সেয়া বিচাৰ কৰি চোৱা হৈছে। এই ৰাশিফল 2024 আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। অৰ্থাৎ যদিহে আপোনাৰ চন্দ্ৰ ৰাশি বা জন্ম ৰাশি মিথুন তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবে প্ৰয়োজনীয়। তেনেহ’লে আহক এতিয়া সময় নষ্ট নকৰি মিথুন ৰাশিৰ জাতকসকলৰ ভৱিষ্যতফল সম্পৰ্কে জানি লওঁ।

मिथुन राशि का राशिफल विस्तार से पढ़ें –मिथुन राशिफल 2024

মিথুন ৰাশিৰ জাতকসকলে বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি একাদশ গৃহত স্থিত হোৱাৰ বাবে বিভিন্ন সফলতা লাভ কৰিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, আৰ্থিক দিশৰপৰা এই সময়খিনি শক্তিশালী হ’ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বৃদ্ধি পাব আৰু বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ অৱকাশ ওলাব। শনি আপোনাৰ ভাগ্যৰ অধিপতি হিচাপে ভাগ্য স্থানত স্থিত হৈ আপোনাৰ ভাগ্য শক্তিশালী কৰি তুলিব যাৰ ফলত আপোনাৰ স্থগিত হৈ থকা কামসমূহ পুণৰ আৰম্ভ হ’ব। বন্ধ হৈ থকা কামসমূহ দ্ৰুতভাৱে সম্পন্ন হ’ব আৰু আপুনি সফলতা প্ৰাপ্ত কৰিব। ৰাহু আৰু কেতু গোটেই বৰ্ষ জুৰি ক্ৰমশঃ আপোনাৰ দশম আৰু চতুৰ্থ গৃহত স্থিত হ’ব যি শাৰীৰিক দিশত কিছু সমস্যা প্ৰদান কৰিব পাৰে। এই বৰ্ষটোত আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্য়াই পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল সপ্তম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱন আৰু আপোনাৰ ব্যৱসায়ত কিছু উত্থান-পতন দেখা যাব। বুধ আৰু শুক্ৰ বৰ্ষটোৰ আৰম্ভণিতে ষষ্ঠ গৃহত স্থিত হৈ ব্যয় বৃদ্ধি কৰিব। এই বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিয়া উচিত আৰু আৰ্থিক দিশৰ ক্ষেত্ৰতো সঠিকভাৱে আগবঢ়া উচিত।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

Click here to read in English:Gemini Horoscope 2024

মিথুন প্ৰেম ৰাশিফল 2024

मिथुन राशिफल 2024 (Mithun Rashifal 2024) অনুসৰি, 2024 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি খুব ভাল হ’ব। দেৱ গুৰু বৃহস্পতিৰ দৃষ্টি পঞ্চম গৃহত পৰাৰ ফলত আপোনাৰ প্ৰেম অটল হৈ থাকিব। আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কত বিশ্বাসী তথা সত্যবাদী হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্ক ভালদৰে আগবঢ়াই নিবৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰিব। আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ’ব আৰু আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কক যথেষ্ট গুৰুত্ব প্ৰদান কৰিব। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্ক যথেষ্ট ভাল হ’ব। সেয়েহে আপুনি আৰু প্ৰেমাস্পদে এই সময়খিনি উপভোগ কৰিব আৰু পৰস্পৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। আগষ্টৰপৰা ছেপ্তেম্বৰৰ মাজভাগৰ সময়খিনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ হ’ব। এইখিনি সময়ত আপুনি আৰু আপোনাৰ প্ৰেমাস্পদ ৰোমাঞ্চত বুৰ গৈ থাকিব আৰু কোনো দূৰণিৰ ঠাইলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে য’ত দুয়ো দুয়োকে সময় দিব পাৰিব। দুয়োৱে পৰস্পৰৰ সৈতে সময় কটোৱাটো সম্পৰ্কৰ ক্ষেত্ৰত ভাল হ’ব আৰু আপুনি এই বছৰতেই সিদ্ধান্ত ল’ব পাৰে যে নিজৰ প্ৰেমাস্পদক গোটেই জীৱনৰ বাবে জীৱনসঙ্গী কৰি ল’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, বছৰটোৰ শেষৰ তিনিমাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ’ব কিন্তু এই বছৰটোৰে মাজভাগত মাৰ্চ মাহত আপুনি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। এইখিনি সময়ত মৰ্যাদাপূক্ণ আচৰণ বৰ্ত্তাই ৰাখক অন্যথা মানহানিৰ সম্মুখীন হ’ব পাৰে। যদিহে আপুনি কাৰোবাক ভালপায় তেনেহ’লে সম্পৰ্কটোক মৰ্যাদাসম্পন্ন কৰি ৰাখক। ইয়াৰ ফলত দুয়োৰে সন্মান বৃদ্ধি হ’ব। ফেব্ৰুৱাৰী মাহত আপুনি নিজৰ প্ৰেমাস্পদক বিবাহৰ প্ৰস্তাৱ দিব পাৰে। কিন্তু তেওঁ সেই সময়ত সন্মতি নজনাবও পাৰে। তথাপি আপুনি নিৰাশ নহ’ব আৰু বৰ্ষটোৰ মাজভাগলৈ অপেক্ষা কৰা উচিত। আগষ্ট মাহত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত অক্টোবৰ মাহতো শুভ ফল লাভ কৰিব।

মিথুন কেৰিয়াৰ ৰাশিফল 2024

মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰতমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 2024 বৰ্ষত গ্ৰহসমূহৰ গতি-বিধিয়ে সংকেত প্ৰদান কৰে যে আপুন নিজৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ চমু পথ গ্ৰহণ নকৰাটো ভাল। আপুনি যিমানেই বুদ্ধিমান নহওক কিয়, তথাপি আপুনি চৰ্টকাট নোলোৱাটো ভাল কিয়নো ই অলপ সময়ৰ বাবে লাভজনক হ’ব কিন্তু দীৰ্ঘ সময়ৰ বাবে নিজৰ ফালৰ পৰা কঠোৰ প্ৰচেষ্টা কৰাটোৱেই সঠিক হ’ব। বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আপুনি শীঘ্ৰে-শীঘ্ৰেই নিজৰ সকলো কাম সম্পূৰ্ণ কৰিব যাৰ ফলত আপোনাৰ তুলনা অন্য লোকৰ সৈতে হ’ব আৰু তাত আপোনাৰ ফালে ভৰ বৃদ্ধি হ’ব। মাৰ্চৰ শেষৰপৰা এপ্ৰিলৰ শেষলৈ আপুনি পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। মে’ মাহৰ পিছত আপুনি চাকৰিৰ সন্দৰ্ভত বেলেগ ৰাজ্য বা বেলেগ দেশলৈ যাবলগীয়া হ’ব পাৰে। আপোনাৰ কামত ব্যস্ততা বৃদ্ধি পাব আৰু আপুনি নিজৰ কামক লৈ যথেষ্ট গম্ভীৰ হ’ব। ইয়াৰদ্বাৰা আপুনি লাভাম্বিত হ’ব।

মিথুন কেৰিয়াৰ ৰাশিফল 2024অনুসৰি 7 মাৰ্চৰপৰা 31 মাৰ্চ আৰু 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰৰ মাজভাগত আপুনি কোনো নতুন চাকৰিৰ সুযোগো লাভ কৰিব পাৰে। যদিহে আপুনি চাকৰি সলনি কৰিব বিচাৰে তেনেহ’লে এইখিনি সময়ত চাকৰি সলনি কৰাত সফল হোৱাৰ সম্ভাৱনা আছে। মে’ মাহত আপোনাৰ বিভাগৰ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা দেখা যায়। বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব কিন্তু বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপুনি নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বৰ্ত্তাই ৰাখিব লাগিব অন্যথা আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৰ্ষটোৰ অন্তিম মাহকেইটাত নিবনুৱা লোকে সংস্থাপন লাভ কৰাৰ যোগ আছে।

মিথুন শিক্ষা ৰাশিফল 2024

মিথুন শিক্ষা ৰাশিফল 2024 অনুসৰি শিক্ষাৰ্থীৰসকলে বছৰটোৰ আৰম্ভণিতে কিছু সমস্য়াৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। চতুৰ্থ গৃহত কেতুৰ স্থিতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কিছু ব্যৱধান আহিব পাৰে। কিন্তু বৃহস্পতিৰ আশীৰ্বাদত আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত সৌভাগ্যশালী হৈ থাকিব। আপোনাৰ শিক্ষাক এক নতুন গতি প্ৰদান প্ৰদান কৰিবৰ বাবে আপুনি নিৰন্তৰ প্ৰয়াস কৰি থাকিব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপোনাৰ এই প্ৰচেষ্টাই আপোনাক সফলতা প্ৰদান কৰিব। বৃহস্পতিয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰিব আৰু শনিয়ে আপোনাৰদ্বাৰা যথেষ্ট কষ্ট কৰোৱাব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, এপ্ৰিলৰ পিছত শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ একাগ্ৰতা ধৰি ৰাখিব লাগিব।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 2024 বৰ্ষত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি কষ্ট কৰিলেহে সফলতা লাভ কৰিব অৰ্থাৎ আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব কিয়নো এই বৰ্ষটো প্ৰতিযোগিতমূলক পৰীক্ষাৰ বাবে কিছু জটিল সময় হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, অষ্টম আৰু নৱম গৃহৰ অধিপতি শনি নৱম গৃহত স্থিত হ’ব। সেয়েহে উচ্চ শিক্ষাৰ বাবে এই বৰ্ষটো ভাল হ’ব। আপুনি নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব, অৱশ্যে সেই ক্ষেত্ৰত কোনো বাধা আহিব পাৰে কিন্তু আপুনি নিজৰ শিক্ষা সম্পূৰ্ণ কৰাত সফল হ’ব। যদিহে আপুনি বাহিৰলৈ গৈ অধ্যয়ন কৰিব বিচাৰে কেনেহ’লে বৰ্ষটোৰ আৰম্ভণি ইয়াৰ বাবে ভাল সময় হ’ব আৰু ইয়াৰ পিছত আগষ্ট আৰু নৱেম্বৰ মাহতো আপুনি সফলতা লাভ কৰিব পাৰিব।

মিথুন আৰ্থিক ৰাশিফল 2024

মিথুন আৰ্থিক ৰাশিফল 2024 অনুসৰি আৰ্থিক দিশৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় একাদশ গৃহত বৃহস্পতি উপস্থিত হ’ব আৰু বৃহস্পতিৰ ওপৰত নৱম গৃহৰ অধিপতি শনিৰ দৃষ্টি পৰাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। আপুনি ধনক লৈ অধিক চিন্তিত হ’বলগীয়া নহয় কাৰণ আপোনাৰ ওচৰলৈ নিৰন্তৰভাৱে ধনৰ আগমন ঘটি থাকিব আৰু আপুনি নিজৰ আৰ্থিক অৱস্থা ভালদৰে চম্ভালাৰ চেষ্টা কৰিব লাগিব কিয়নো মাজে মাজে ব্যয় অত্যাধিক বৃদ্ধি পাব পাৰে। এই ব্যয় কোনো প্ৰয়োজনীয় কাৰণৰ বাবে নহয়, বৰঞ্চ অযথা হ’ব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 1 মে’ ত যেতিয়া বৃহস্পতি দ্বাদশ গৃহত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ ব্যয় যথেষ্ট বৃদ্ধি পাব। ধৰ্মীয় আৰু অন্যান্য শুভ কামতো আপোনাৰ ধন ব্যয় হ’ব আৰু বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে, আপোনাৰ ব্যয়ো বৃদ্ধি হৈ গৈ থাকিব। অৱশ্যে শনিয়ে আপোনাক ধন প্ৰদান কৰিব, তথাপিও আপুনি ব্য়য় নিয়ন্ত্ৰণ কৰাৰ প্ৰতি চকু ৰাখিব লাগিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল। কিন্তু এপ্ৰিলৰপৰা জুনৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে সৰ্বাধিক উপযুক্ত হ’ব। আৰ্থিক দিশত আপুনি দৃঢ়তা লাভ কৰিব।

মিথুন পাৰিবাৰিক ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে কিছু কঠিন প্ৰত্যাহ্বান লৈ আহিব পাৰে। চতুৰ্থ গৃহত কেতু আৰু দশম গৃহত ৰাহু স্থিত হোৱাৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱনত স্পষ্ট ৰূপত চাপ দেখা যাব। আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে সেয়েহে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব। পাৰিবাৰিক সামঞ্জস্য হ্ৰাস হোৱাৰ বাবে পৰস্পৰৰ ওপৰত আস্থা কমি আহিব আৰু সময়ে সময়ে কাজিয়া-পেচাল হ’ব পাৰে। এনে পৰিস্থিতি নাহিবৰ বাবে আপুনি ঘৰৰ সদস্যসকলক বুজি পাবলৈ চেষ্টা কৰিব লাগিব। এপ্ৰিলৰপৰা আগষ্ট মাহৰ ভিতৰত পৰিস্থিতি ভাললৈ আহিব আৰু সকলোৱে মিলি-জুলি থাকিব কিন্তু ছেপ্তেম্বৰ মাহত পুণৰ ঘৰত সম্পত্তিক লৈ কোনো বিবাদৰ সূত্ৰপাত হ’ব পাৰে। ভাতৃ-ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক বালে থাকিব। তেওঁলোকে আপোনাৰ ব্যৱসায়তো আপোনাক সহায় কৰিব। আপুনি নিজৰ জ্যেষ্ঠয ভাতৃ-ভগ্নীৰ কথাক যথেষ্ট গুৰুত্ব দিব আৰু তেওঁলোকে কোৱা কথা পালন কৰিবলৈ পছন্দ কৰিব আৰু ইয়াৰদ্বাৰা আপুনি লাভাম্বিতও হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 23 এপ্ৰিলত যেতিয়া আপোনাৰ দশম গৃহত মহ্গলৰ পৰিবহন হ’ব তেতিয়া সেই সময়খিনিত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেয়েহে তেওঁৰ প্ৰতি বিশেষ ধ্যান ৰাখক। এই সময়ছোৱাত তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম-ভক্তি থাকিব কিন্তু কথাই কথাই তেওঁৰ সৈতে কাজিয়া লাগিবও পাৰে।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

মিথুন সন্তান ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি যদিহে আপুনি সন্তান প্ৰাপ্তিৰ মনোবাঞ্চা কৰি আছে তেনেহ’লে এই বৰ্ষৰ প্ৰথমাৰ্দ্ধ ইয়াৰ বাবে অনুকূল হ’ব। জানুৱাৰীৰপৰা এপ্ৰিলৰ শেষলৈকে আপুনি সন্তান লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তান বুদ্ধিমান হোৱাৰ লগতে আজ্ঞাকাৰীও হ’ব। যিসকল লোকৰ পূৰ্বৰেপৰাই সন্তান আছে, তেওঁলোকৰ বাবেও বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। আপোনাৰ সন্তানৰ বিকাশ দেখি আপুনি অত্যন্ত সন্তুষ্ট হ’ব। কিন্তুমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 15 মাৰ্চত যেতিয়া কুম্ভ ৰাশিত মঙ্গল গ্ৰহৰ প্ৰৱেশ ঘটিব তেতিয়া 15 মাৰ্চৰপৰা 23 এপ্ৰিললৈকে আপোনাৰ সন্তানে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ পিছত 23 এপ্ৰিলৰপৰা1 জুনৰ ভিতৰত তেওঁলোকক শাৰীৰিক সমস্যাই অসুবিধাত পেলাব পাৰে সেয়েহে এই সময়খিনিত তেওঁলোকৰ প্ৰতি বিশেষ ধ্যান ৰখাটো আৱশ্যকীয়। 1 জুনৰপৰা 12 জুলাইৰ ভিতৰত তেওঁলোকৰ ক্ৰোধ বৃদ্ধি হ’ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক ভালদৰে বুজাৰ আৰু বুজোৱাৰ চেষ্টা কৰক যাৰ ফলত তেওঁলোক ভুল পথলৈ যোৱাৰ পৰা ৰক্ষা পৰে। ইয়াৰ পিছৰ সময়খিনি অনুকূল হ’ব আৰু তেওঁলোকে নিজ নিজ ক্ষেত্ৰত উন্নতি লাভ কৰিব।

মিথুন বৈবাহিক ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ বিবাহৰ যোগ আছে। বৃহস্পতিৰ আশীৰ্বাদত আপুনি নিজৰ পছন্দমতে বিবাহ-পাশত সোমোৱাৰ সুযোগ লাভ কৰিব কিয়নো আপোনাৰ বিবাহৰ প্ৰৱল যোগ আছে। যদিহে আপুনি বিবাহিত তেনেহ’লেমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) ৰ মতে, বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব। মঙ্গল আৰু সূৰ্য্য আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। যদিও দেৱ গুৰু বৃহস্পতিৰ দৃষ্টিও সপ্তম গৃহত পৰিব যি সম্পৰ্ক বজাই ৰখাত সহায়ক হ’ব কিন্তু সূৰ্য্য আৰু মঙ্গলে সপ্তম গৃহত প্ৰভাৱ পেলোৱাৰ ফলত জীৱনসঙ্গীৰ স্বভাৱ কিছু পৰিমাণে উগ্ৰ হৈ পৰিব পাৰে, যাৰ ফলত কথাই-কথাই যুক্তি-তৰ্ক হ’ব পাৰে। তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে সেয়েহে আপুনি তেওঁৰ ধ্যান ৰখা উচিত।

মিথুন ৰাশিফল 2024অনুসৰি জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী মাহত আপুনি নিজৰ শহুৰ পক্ষৰ মানুহৰ যি তি কথা কোৱাটো পৰিহাৰ কৰা উচিত। কাজিয়াৰ পৰিস্থিতি আহিব পাৰে। ইয়াৰ পিছত পৰিস্থিতি লাহে লাহে অনুকূল হ’ব আৰু আপুনি নিজৰ জীৱনসঙ্গীক এই কথা উপলব্ধি কৰোৱাত সফল হ’ব যে বৈবাহিক জীৱনত দুয়োৰেই সমান গুৰুত্ব আছে। আপোনালোক দুয়োৱে মিলি নিজৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব আৰু সন্তানৰ লালন-পালন কৰিব। আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত আপুনি কেইবাবাৰো বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব। আপোনালোক কোনো তীৰ্থস্থানলৈও যাব পাৰে। ইয়াৰ ফলত আপুনি নতুন উদ্যম লাভ কৰাৰ লগতে পৰস্পৰে পৰস্পৰক পৰ্যাপ্ত সময় দিয়াৰ ফলত সম্পৰ্কত থকা সমস্যাসমূহ দূৰ হ’ব আৰু আপোনালোকে বৈবাহিক জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিহ। এই বৰ্ষত আপুনি জীৱনসঙ্গীৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি ধ্যান ৰখাৰ লগতে তেওঁক সুখী কৰিবৰ বাবে আপুনি কোনো ডাঙৰ বস্তু ক্ৰয় কৰিব পাৰে যি তেওঁৰ বাবে যথেষ্ট লাভজনক হ’ব।

মিথুন ব্য়ৱসায় ৰাশিফল 2024

মিথুন ব্যৱসায় ৰাশিফল 2024 অনুসৰি এই বৰ্ষটোৰ আৰম্ভণি আপোনাৰ ব্যৱসায়ৰ বাবে মধ্যমীয়া হ’ব। সূৰ্য্য, মঙ্গল আৰু বুধ, শুক্ৰৰ প্ৰভাৱত ব্যৱসায়ত উত্থান-পতনৰ পৰিস্থিতি আহিব। সেয়েহে আপুনি বছৰটোৰ আৰম্ভণিতে সাৱধানে থকা উচিত। নিজৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে কোনো ধৰণৰ বিবাদ হোৱাটো পৰিহাৰ কৰক কাৰণ ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব পাৰে। এটা কথা মনত ৰাখি আগবাঢ়ক যে জানুৱাৰীৰপৰা মাৰ্চলৈকে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লাহে-লাহে আগবাঢ়িব লাগিব কাৰণ এই সময়ছোৱাত প্ৰত্যাহ্বান অধিক হ’ব আৰু আপুনি সেইবোৰৰ বিৰূদ্ধে যুঁজ দিব লাগিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, এপ্ৰিল মাহত পৰিস্থিতি ভাললৈ আহিব। পৰিস্থিতি লাহে-লাহে ভাললৈ অহা আপুনি নিজেই প্ৰত্যক্ষ কৰিব। ব্যৱসায়তো উন্নতি দেখা পাব। বৰ্ষটোৰ আৰম্ভণিতে সপ্তম গৃহৰ অধিপতি একাদশ গৃহলৈ যোৱাৰ ফলত ব্যৱসায়ত লাভ প্ৰাপ্ত কৰিব। 1 মে’ত বৃহস্পতিও দ্বাদশ গৃহলৈ যাত্ৰা কৰিব যি সূচিত কৰে যে আপুনি বৈদেশিক সম্পৰ্কৰদ্বাৰা নিজৰ ব্যৱসায়ত ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত বিদেশ যাত্ৰাৰ সুযোগ লাভ কৰাৰ যোগ আছে আৰু যদিহে আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব বিচাৰে তেনেহ’লে এই সময়ছোৱা তাৰ বাবে উপযুক্ত হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 31 মাৰ্চৰপৰা 24 এপ্ৰিলৰ ভিতৰত ব্যৱসায়ত বিশেষ উন্নতিৰ যোগ আছে কিয়নো এইখিনি সময়ত আপুনি কোনো ভাল সুযোগ লাভ কৰিব পাৰিব যি আপোনাৰ ব্যৱসায়লৈ উন্নতি কঢ়িয়াই আনিব। ইয়াৰ পিছত 13 অক্টোবৰৰপৰা 7 নৱেম্বৰৰ মাজৰ সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সজাগ হৈ থাকক আৰু কোনো ধৰণৰ ভুল কাম কৰাৰ পৰা বাছি থাকক কিয়নো এইক্ষেত্ৰত আইনী মেৰ-পেচৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ডিচেম্বৰ মাহত সফলতা প্ৰাপ্ত কৰিব।

মিথুন সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

মিথুন সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, যদিহে আপোনাৰ বাহন ক্ৰয় কৰাৰ ইচ্ছা আছে তেনেহ’লে বহুত ভাবি-চিন্তি আগবঢ়া উচিত। চতুৰ্থ গৃহত কেতুৰ উপস্থিতিৰ বাবে বাহন ক্ৰয় কৰাৰ সিদ্ধান্ত অতি সাৱধানেৰে গ্ৰহণ কৰা উচিত। আপুনি কোনো শুভ মুহুৰ্ততহে বাহন ক্ৰয় কৰা উচিত কিয়নো ৰাহু আৰু কেতুৰ প্ৰভাৱত বাহনৰ কোনো অসুবিধা হোৱাৰ বা বাহনৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে। অৱশ্যেমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, আপোনাৰ চতুৰ্থ গৃহৰ অধিপতি আৰু ৰাশিৰ অধিপতি বুধ 20 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চ পৰ্য্যন্ত আপোনাৰ নৱম গৃহত স্থিত হ’ব। এই সময়ছোৱা উপযুক্ত হ’ব আৰু ইয়াৰ পিছত 14 জুনৰপৰা 29 জুনৰ মাজৰ সময়খিনিও ভাল হ’ব। বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধৰ ক্ষেত্ৰত দেখা যায় 10 অক্টোবৰৰপৰা 29 অক্টোবৰৰ মাজভাগত বাহন প্ৰাপ্তি হ’ব পাৰে। যদিহে আপোনাৰ পূৰ্বৰেপৰাই বাহন আছে তেনেহ’লে এই বৰ্ষত বাহনৰ চোৱা-চিতাৰ বাবে বিশেষ ব্যয় হ’ব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি সম্পত্তিৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত দেখা যায় এই বৰ্ষত আপুনি কোনো সম্পত্তি বিক্ৰী কৰিব পাৰে। ইয়াৰ বাবে 26 মাৰ্চৰপৰা 9 এপ্ৰিলৰ ভিতৰৰ সময়খিনি ভাল হ’ব কিয়নো তেতিয়া বুধ আপোনাৰ একাদশ গৃহত স্থিত হ’ব আৰু তাৰপিছত 19 জুলাইৰপৰা 22 আগষ্ট তথা 22 আগষ্টৰপৰা 4 ছেপ্তেম্বৰৰ ভিতৰতো আপুনি সম্পত্তিৰ বিক্ৰী কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত দেখা যায় 20 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চ, 26 মাৰ্চৰপৰা 9 এপ্ৰিল, 23 ছেপ্তেম্বৰৰপৰা 29 অক্টোবৰৰ মাজৰ সময়খিনি ভাল হ’ব আৰু এইখিনি সময়ত কোনো সম্পত্তি ক্ৰয় কৰাৰ সফলতা লাভ কৰিব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

মিথুন ধন আৰু লাভ ৰাশিফল 2024

মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো ধন আৰু লাভৰ দৃষ্টিকোণৰপৰা চালে দেখা যায় বৰ্ষটোৰ আৰম্ভণি মধ্যমীয়া হ’ব। বুধ আৰু শুক্ৰ ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে ব্যয় বৃদ্ধি হ’ব আৰু কোনো ধৰণৰ সমস্যাৰপৰা সকাহ লাভ কৰাত আৰু স্বাস্থ্যজনিত সমস্যাত ধন ব্যয় হোৱাৰ যোগ আছে।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, ইয়াৰ পিছত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চাপ বৃদ্ধি হ’ব কিয়নো মঙ্গল অষ্টম গৃহত স্থিত হ’ব আৰু বুধ আৰু শুক্ৰ সপ্তম গৃহলৈ যাত্ৰা কৰাৰ ফলত সমস্যা বৃদ্ধি হ’ব। কিন্তু বছৰটোৰ দ্বিতীয়াৰ্দ্ধৰ তৃতীয় আৰু চতুৰ্থ তিনিমাহত অধিক ভাল হ’ব। মে’ মাহত বৃহস্পতি দ্বাদশ গৃহলৈ যাত্ৰা কৰাৰ ফলত আমদানীত প্ৰভাৱ পৰিব আৰু আপোনাৰ ব্যয় বৃদ্ধি হ’ব।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত মঙ্গল অষ্টম গৃহলৈ যাত্ৰা কৰাৰ ফলত আপুনি গুপ্ত ধন লাভ কৰাৰ যোগ আছে। কোনো পৈতৃক সম্পত্তি প্ৰাপ্ত কৰিব পাৰে কিন্তু এইখিনি সময়ত ধনৰ বিনিয়োগ কৰাটো লোকচানদায়ক হ’ব পাৰে আৰু ধন হানিও হ’ব পাৰে। সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। এই বৰ্ষত বিশেষভাৱে 7 মাৰ্চৰপৰা 24 এপ্ৰিলৰ ভিতৰত আৰু ইয়াৰ পিছত 1 জুনৰপৰা 12 জুলাইৰ ভিতৰৰ সময়খিনি সৰ্বাধিক উপযুক্ত হ’ব। এইখিনি সময়ত আপোনাৰ ধন লাভৰ যোগ আছে। এপ্ৰিলৰপৰা মে’ৰ ভিতৰত সূৰ্য্য আপোনাৰ একাদশ গৃহত স্থিত হোৱাৰ ফলত আপুনি ধন লাভ কৰিব আৰু চৰকাৰী ক্ষেত্ৰপৰা লাভাম্বিত হোৱাৰ যোগ আছে। এনেদৰে দেখা যায় যে এই বৰ্ষত আপুনি ধনৰ লেন-দেন ভাবি-চিন্তি কৰাটো দৰকাৰী কিয়নো এহাতে আপুনি লাভাম্বিত হ’ব কিন্তু আনহাতে তাৰ লগতে ধন হানিৰ যোগো আছে। ধনৰ সদোপয়োগৰদ্বাৰা আপুনি সমস্যাৰপৰা সকাহ লাভ কৰিব আৰু প্ৰতি মাহে কিবা নহয় কিবা অলপ সঞ্চয় কৰাৰ অভ্যাস কৰক। ইয়াৰদ্বাৰা আপুনি আৰ্থিক ৰূপৰপৰা শক্তিশালী হ’ব।

মিথুন স্বাস্থ্য ৰাশিফল 2024

মিথুন স্বাস্থ্য ৰাশিফল 2024 অনুসৰি বৰ্ষটোৰ আৰম্ভণি দুৰ্বল হ’ব। শুক্ৰ আৰু বুধ আপোনাৰ ষষ্ঠ গৃহত তথা সূৰ্য্য আৰু মঙ্গল সপ্তম গৃহত স্থিত হোৱাৰ ফলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হ’ব পাৰে। আপুনি নিজৰ জীৱনশৈলীৰ বাবেও সমস্যাৰ সম্মুখীন হ’ব পাৰে। ৰাহু আৰু কেতুৱে চতুৰ্থ আৰু দশম গৃহক বিশেষভাৱে প্ৰভাৱিত কৰিব যাৰ ফলত হাঁওফাঁওৰ সংক্ৰমণ বা হাঁওফাঁওৰ যিকোনো সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। 2 এপ্ৰিলৰপৰা 25 এপ্ৰিলৰ ভিতৰত ৰাশিৰ অধিপতি পশ্চাদগামী অৱস্থালৈ অহাৰ ফলত আৰু 8 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত ৰাশিৰ অধিপতিৰ অস্ত হোৱাৰ ফলত স্বাস্থ্য কিছু দুৰ্বল হোৱাৰ আশংকা আছে। এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখা উচিত। নিজৰ জীৱনশৈলীৰ ভাল অভ্যাস সংযোগ কৰক আৰু বদঅভ্যাস ততালিকে ত্যাগ কৰক। কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন নকৰিব। কিয়নো এই বৰ্ষত ইয়াৰ দুষ্প্ৰভাৱে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মে’ৰপৰা আগষ্টৰ ভিতৰত স্বাস্থ্যৰ ভাললৈ অহা দেখা যাব। আপোনাৰ জীৱনশৈলীৰো বিকাশ হোৱা দেখা যাব। ইয়াৰ পিছত অক্টোবৰ আৰু নৱেম্বৰ মাহচ ভৰিৰ বিষ হ’ব পাৰে অথবা চকুৰ সমস্যা হ’ব পাৰে। কিন্তু ডিচেম্বৰ মাহত এই সমস্যাবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিব। বৰ্ষ 2024 স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনেৰে ভৰা হ’ব সেয়েহে নিজৰ স্বাস্থ্যক গুৰুত্ব প্ৰদান কৰক আৰু ভাল খাদ্যাভ্যাস গ্ৰহণ কৰক। ইয়াৰদ্বাৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত লাভাম্বিত হ’ব।

2024 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

মিথুন ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ আৰু মিথুন ৰাশিৰ জাতকসকলৰ ভাগ্যশালী সংখ্যা হৈছে 3 আৰু 6। জ্যোতিষ অনুসৰিমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) য়ে প্ৰকাা কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2023 ৰ তুলনাত কিছু দুৰ্বল হ’ব। এই বৰ্ষত আপুনি নিজেই কুঁৱা খান্দি পানী উলিয়াব লাগিব অৰ্থাৎ নিজে কষ্ট কৰিহে নিজৰ সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাল প্ৰাপ্তি হ’ব কিন্তু তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে ধ্যান ৰাখক।

মিথুন ৰাশিফল 2024: জ্যোতিষীয় সমাধান

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) ৰ এই বিশেষ লিখনিটোৰ বিশেষত্ব হৈছে যে ইয়াত আপুনি 2024 বৰ্ষত বৈদিত জ্যোতিষ অনুসৰি গ্ৰহসমূহৰ গতি-বিধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি 2024 বৰ্ষত আপুনি নিজৰ কেৰিয়াৰত কেনেধৰণৰ পৰিৱৰ্তন লাভ কৰিব, আপুনি নিজৰ আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা কৰা উচিত, কেতিয়া আপোনাৰ আৰ্থিক স্থিতি অনুকূল হ’ব আৰু কেতিয়া আৰ্থিক সংকট আহিব পাৰে, ধন লাভ হ’ব নে হানি, যদিহে আপুনি শিক্ষাৰ্থী তেনেহ’লে শৈক্ষিক স্থিতি কেনে হ’ব, আপুনি প্ৰেমৰ সম্পৰ্কত কেনে ফল লাভ কৰিব, আপোনাৰ প্ৰেমাস্পদৰ সৈতে আপোনাৰ অন্তৰংগতা বৃদ্ধি হ’ব নে দূৰত্ব বাঢ়িব, যদিহে আপুনি বিবাহিত তেনেহ’লে বৈবাহিক জীৱনত কেতিয়া আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু কেতিয়া আপোনালোকৰ সম্পৰ্ক শক্তিশালী হোৱা দেখা যাব, পাৰিবাৰিক জীৱনলৈ সুখ কেতিয়া আহিব, স্বাস্থ্য কেনে থাকিব আৰু কেৰিয়াৰক লৈ আপোনাৰ চিন্তাৰ সমাধান কেতিয়া লাভ কৰিব ইত্যাদি তথ্য জানিব পাৰিব। এই সকলোবোৰৰ বিষয়ে আপুনি এই বিশেষ লেখাটোত জানিব কৰিব। সেয়েহে এই প্ৰৱন্ধটো আৰম্ভণিৰপৰা শেষলৈকে ভালদৰে পঢ়ক।

मिथुन राशि का राशिफल विस्तार से पढ़ें –मिथुन राशिफल 2024

আমি আপোনাক জনাব বিচাৰোঁ যে এইমিথুন ৰাশিফল 2024বিশেষভাৱে আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰদ্বাৰা আপুনি 2024 বৰ্ষৰ পূৰ্বানুমান লাভ কৰিব পাৰিব আৰু গোটেই বৰ্ষটোৰ ভৱিষ্যতবাণী জানি লৈ বৰ্ষটোৰ পৰিকল্পনা কৰিব পাৰিব। আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত 2024 বৰ্ষৰ সময়ছোৱাত গ্ৰহ-নক্ষত্ৰ স্থিতিৰ কি প্ৰভাৱ পৰিব, এই সকলোবোৰ জনাৰ সুযোগ আপুনি এই লেখাটোত প্ৰাপ্ত কৰিব। ইয়াৰ ভিত্তিত আপুনি কোনো বিশে ক্ষেত্ৰৰ বাবে বিশেষ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰিব পাৰিব। এইপ্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশিষ্ট জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা প্ৰস্তুত কৰা হৈছে। এই লিখনিটো প্ৰস্তুত কৰোঁতে 2024 ত হ’বলগীয়া গ্ৰহসমূহৰ পৰিবহনৰ ওপৰত বিশেষভাৱে দৃষ্টি প্ৰদান কৰা হৈছে আৰু এইবোৰৰ আপোনাৰ জীৱনত প্ৰবাৱ কেনে, সেয়া বিচাৰ কৰি চোৱা হৈছে। এই ৰাশিফল 2024 আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। অৰ্থাৎ যদিহে আপোনাৰ চন্দ্ৰ ৰাশি বা জন্ম ৰাশি মিথুন তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবে প্ৰয়োজনীয়। তেনেহ’লে আহক এতিয়া সময় নষ্ট নকৰি মিথুন ৰাশিৰ জাতকসকলৰ ভৱিষ্যতফল সম্পৰ্কে জানি লওঁ।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

মিথুন ৰাশিৰ জাতকসকলে বৰ্ষটোৰ আৰম্ভণিতে দেৱ গুৰু বৃহস্পতি একাদশ গৃহত স্থিত হোৱাৰ বাবে বিভিন্ন সফলতা লাভ কৰিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, আৰ্থিক দিশৰপৰা এই সময়খিনি শক্তিশালী হ’ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বৃদ্ধি পাব আৰু বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ অৱকাশ ওলাব। শনি আপোনাৰ ভাগ্যৰ অধিপতি হিচাপে ভাগ্য স্থানত স্থিত হৈ আপোনাৰ ভাগ্য শক্তিশালী কৰি তুলিব যাৰ ফলত আপোনাৰ স্থগিত হৈ থকা কামসমূহ পুণৰ আৰম্ভ হ’ব। বন্ধ হৈ থকা কামসমূহ দ্ৰুতভাৱে সম্পন্ন হ’ব আৰু আপুনি সফলতা প্ৰাপ্ত কৰিব। ৰাহু আৰু কেতু গোটেই বৰ্ষ জুৰি ক্ৰমশঃ আপোনাৰ দশম আৰু চতুৰ্থ গৃহত স্থিত হ’ব যি শাৰীৰিক দিশত কিছু সমস্যা প্ৰদান কৰিব পাৰে। এই বৰ্ষটোত আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্য়াই পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল সপ্তম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱন আৰু আপোনাৰ ব্যৱসায়ত কিছু উত্থান-পতন দেখা যাব।বুধ আৰু শুক্ৰ বৰ্ষটোৰ আৰম্ভণিতে ষষ্ঠ গৃহত স্থিত হৈ ব্যয় বৃদ্ধি কৰিব। এই বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিয়া উচিত আৰু আৰ্থিক দিশৰ ক্ষেত্ৰতো সঠিকভাৱে আগবঢ়া উচিত।

Click here to read in English:Gemini Horoscope 2024

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

মিথুন প্ৰেম ৰাশিফল 2024

मिथुन राशिफल 2024 (Mithun Rashifal 2024) অনুসৰি, 2024 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি খুব ভাল হ’ব। দেৱ গুৰু বৃহস্পতিৰ দৃষ্টি পঞ্চম গৃহত পৰাৰ ফলত আপোনাৰ প্ৰেম অটল হৈ থাকিব। আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কত বিশ্বাসী তথা সত্যবাদী হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্ক ভালদৰে আগবঢ়াই নিবৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰিব। আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ’ব আৰু আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কক যথেষ্ট গুৰুত্ব প্ৰদান কৰিব। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্ক যথেষ্ট ভাল হ’ব। সেয়েহে আপুনি আৰু প্ৰেমাস্পদে এই সময়খিনি উপভোগ কৰিব আৰু পৰস্পৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। আগষ্টৰপৰা ছেপ্তেম্বৰৰ মাজভাগৰ সময়খিনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ হ’ব। এইখিনি সময়ত আপুনি আৰু আপোনাৰ প্ৰেমাস্পদ ৰোমাঞ্চত বুৰ গৈ থাকিব আৰু কোনো দূৰণিৰ ঠাইলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে য’ত দুয়ো দুয়োকে সময় দিব পাৰিব। দুয়োৱে পৰস্পৰৰ সৈতে সময় কটোৱাটো সম্পৰ্কৰ ক্ষেত্ৰত ভাল হ’ব আৰু আপুনি এই বছৰতেই সিদ্ধান্ত ল’ব পাৰে যে নিজৰ প্ৰেমাস্পদক গোটেই জীৱনৰ বাবে জীৱনসঙ্গী কৰি ল’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, বছৰটোৰ শেষৰ তিনিমাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ’ব কিন্তু এই বছৰটোৰে মাজভাগত মাৰ্চ মাহত আপুনি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। এইখিনি সময়ত মৰ্যাদাপূক্ণ আচৰণ বৰ্ত্তাই ৰাখক অন্যথা মানহানিৰ সম্মুখীন হ’ব পাৰে। যদিহে আপুনি কাৰোবাক ভালপায় তেনেহ’লে সম্পৰ্কটোক মৰ্যাদাসম্পন্ন কৰি ৰাখক। ইয়াৰ ফলত দুয়োৰে সন্মান বৃদ্ধি হ’ব। ফেব্ৰুৱাৰী মাহত আপুনি নিজৰ প্ৰেমাস্পদক বিবাহৰ প্ৰস্তাৱ দিব পাৰে। কিন্তু তেওঁ সেই সময়ত সন্মতি নজনাবও পাৰে। তথাপি আপুনি নিৰাশ নহ’ব আৰু বৰ্ষটোৰ মাজভাগলৈ অপেক্ষা কৰা উচিত। আগষ্ট মাহত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত অক্টোবৰ মাহতো শুভ ফল লাভ কৰিব।

মিথুন কেৰিয়াৰ ৰাশিফল 2024

মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰতমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 2024 বৰ্ষত গ্ৰহসমূহৰ গতি-বিধিয়ে সংকেত প্ৰদান কৰে যে আপুন নিজৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ চমু পথ গ্ৰহণ নকৰাটো ভাল। আপুনি যিমানেই বুদ্ধিমান নহওক কিয়, তথাপি আপুনি চৰ্টকাট নোলোৱাটো ভাল কিয়নো ই অলপ সময়ৰ বাবে লাভজনক হ’ব কিন্তু দীৰ্ঘ সময়ৰ বাবে নিজৰ ফালৰ পৰা কঠোৰ প্ৰচেষ্টা কৰাটোৱেই সঠিক হ’ব। বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আপুনি শীঘ্ৰে-শীঘ্ৰেই নিজৰ সকলো কাম সম্পূৰ্ণ কৰিব যাৰ ফলত আপোনাৰ তুলনা অন্য লোকৰ সৈতে হ’ব আৰু তাত আপোনাৰ ফালে ভৰ বৃদ্ধি হ’ব।মাৰ্চৰ শেষৰপৰা এপ্ৰিলৰ শেষলৈ আপুনি পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। মে’ মাহৰ পিছত আপুনি চাকৰিৰ সন্দৰ্ভত বেলেগ ৰাজ্য বা বেলেগ দেশলৈ যাবলগীয়া হ’ব পাৰে। আপোনাৰ কামত ব্যস্ততা বৃদ্ধি পাব আৰু আপুনি নিজৰ কামক লৈ যথেষ্ট গম্ভীৰ হ’ব। ইয়াৰদ্বাৰা আপুনি লাভাম্বিত হ’ব।

মিথুন কেৰিয়াৰ ৰাশিফল 2024অনুসৰি 7 মাৰ্চৰপৰা 31 মাৰ্চ আৰু 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰৰ মাজভাগত আপুনি কোনো নতুন চাকৰিৰ সুযোগো লাভ কৰিব পাৰে। যদিহে আপুনি চাকৰি সলনি কৰিব বিচাৰে তেনেহ’লে এইখিনি সময়ত চাকৰি সলনি কৰাত সফল হোৱাৰ সম্ভাৱনা আছে। মে’ মাহত আপোনাৰ বিভাগৰ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা দেখা যায়। বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব কিন্তু বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপুনি নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বৰ্ত্তাই ৰাখিব লাগিব অন্যথা আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৰ্ষটোৰ অন্তিম মাহকেইটাত নিবনুৱা লোকে সংস্থাপন লাভ কৰাৰ যোগ আছে।

মিথুন শিক্ষা ৰাশিফল 2024

মিথুন শিক্ষা ৰাশিফল 2024 অনুসৰি শিক্ষাৰ্থীৰসকলে বছৰটোৰ আৰম্ভণিতে কিছু সমস্য়াৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। চতুৰ্থ গৃহত কেতুৰ স্থিতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কিছু ব্যৱধান আহিব পাৰে। কিন্তু বৃহস্পতিৰ আশীৰ্বাদত আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত সৌভাগ্যশালী হৈ থাকিব। আপোনাৰ শিক্ষাক এক নতুন গতি প্ৰদান প্ৰদান কৰিবৰ বাবে আপুনি নিৰন্তৰ প্ৰয়াস কৰি থাকিব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপোনাৰ এই প্ৰচেষ্টাই আপোনাক সফলতা প্ৰদান কৰিব। বৃহস্পতিয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰিব আৰু শনিয়ে আপোনাৰদ্বাৰা যথেষ্ট কষ্ট কৰোৱাব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, এপ্ৰিলৰ পিছত শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ একাগ্ৰতা ধৰি ৰাখিব লাগিব।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 2024 বৰ্ষত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি কষ্ট কৰিলেহে সফলতা লাভ কৰিব অৰ্থাৎ আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব কিয়নো এই বৰ্ষটো প্ৰতিযোগিতমূলক পৰীক্ষাৰ বাবে কিছু জটিল সময় হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, অষ্টম আৰু নৱম গৃহৰ অধিপতি শনি নৱম গৃহত স্থিত হ’ব। সেয়েহে উচ্চ শিক্ষাৰ বাবে এই বৰ্ষটো ভাল হ’ব। আপুনি নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব, অৱশ্যে সেই ক্ষেত্ৰত কোনো বাধা আহিব পাৰে কিন্তু আপুনি নিজৰ শিক্ষা সম্পূৰ্ণ কৰাত সফল হ’ব। যদিহে আপুনি বাহিৰলৈ গৈ অধ্যয়ন কৰিব বিচাৰে কেনেহ’লে বৰ্ষটোৰ আৰম্ভণি ইয়াৰ বাবে ভাল সময় হ’ব আৰু ইয়াৰ পিছত আগষ্ট আৰু নৱেম্বৰ মাহতো আপুনি সফলতা লাভ কৰিব পাৰিব।

মিথুন আৰ্থিক ৰাশিফল 2024

মিথুন আৰ্থিক ৰাশিফল 2024 অনুসৰি আৰ্থিক দিশৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় একাদশ গৃহত বৃহস্পতি উপস্থিত হ’ব আৰু বৃহস্পতিৰ ওপৰত নৱম গৃহৰ অধিপতি শনিৰ দৃষ্টি পৰাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। আপুনি ধনক লৈ অধিক চিন্তিত হ’বলগীয়া নহয় কাৰণ আপোনাৰ ওচৰলৈ নিৰন্তৰভাৱে ধনৰ আগমন ঘটি থাকিব আৰু আপুনি নিজৰ আৰ্থিক অৱস্থা ভালদৰে চম্ভালাৰ চেষ্টা কৰিব লাগিব কিয়নো মাজে মাজে ব্যয় অত্যাধিক বৃদ্ধি পাব পাৰে। এই ব্যয় কোনো প্ৰয়োজনীয় কাৰণৰ বাবে নহয়, বৰঞ্চ অযথা হ’ব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 1 মে’ত যেতিয়া বৃহস্পতি দ্বাদশ গৃহত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ ব্যয় যথেষ্ট বৃদ্ধি পাব। ধৰ্মীয় আৰু অন্যান্য শুভ কামতো আপোনাৰ ধন ব্যয় হ’ব আৰু বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে, আপোনাৰ ব্যয়ো বৃদ্ধি হৈ গৈ থাকিব। অৱশ্যে শনিয়ে আপোনাক ধন প্ৰদান কৰিব, তথাপিও আপুনি ব্য়য় নিয়ন্ত্ৰণ কৰাৰ প্ৰতি চকু ৰাখিব লাগিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল। কিন্তু এপ্ৰিলৰপৰা জুনৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে সৰ্বাধিক উপযুক্ত হ’ব। আৰ্থিক দিশত আপুনি দৃঢ়তা লাভ কৰিব।

মিথুন পাৰিবাৰিক ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে কিছু কঠিন প্ৰত্যাহ্বান লৈ আহিব পাৰে। চতুৰ্থ গৃহত কেতু আৰু দশম গৃহত ৰাহু স্থিত হোৱাৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱনত স্পষ্ট ৰূপত চাপ দেখা যাব। আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে সেয়েহে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব। পাৰিবাৰিক সামঞ্জস্য হ্ৰাস হোৱাৰ বাবে পৰস্পৰৰ ওপৰত আস্থা কমি আহিব আৰু সময়ে সময়ে কাজিয়া-পেচাল হ’ব পাৰে। এনে পৰিস্থিতি নাহিবৰ বাবে আপুনি ঘৰৰ সদস্যসকলক বুজি পাবলৈ চেষ্টা কৰিব লাগিব। এপ্ৰিলৰপৰা আগষ্ট মাহৰ ভিতৰত পৰিস্থিতি ভাললৈ আহিব আৰু সকলোৱে মিলি-জুলি থাকিব কিন্তু ছেপ্তেম্বৰ মাহত পুণৰ ঘৰত সম্পত্তিক লৈ কোনো বিবাদৰ সূত্ৰপাত হ’ব পাৰে। ভাতৃ-ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক বালে থাকিব। তেওঁলোকে আপোনাৰ ব্যৱসায়তো আপোনাক সহায় কৰিব। আপুনি নিজৰ জ্যেষ্ঠয ভাতৃ-ভগ্নীৰ কথাক যথেষ্ট গুৰুত্ব দিব আৰু তেওঁলোকে কোৱা কথা পালন কৰিবলৈ পছন্দ কৰিব আৰু ইয়াৰদ্বাৰা আপুনি লাভাম্বিতও হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 23 এপ্ৰিলত যেতিয়া আপোনাৰ দশম গৃহত মহ্গলৰ পৰিবহন হ’ব তেতিয়া সেই সময়খিনিত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেয়েহে তেওঁৰ প্ৰতি বিশেষ ধ্যান ৰাখক। এই সময়ছোৱাত তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম-ভক্তি থাকিব কিন্তু কথাই কথাই তেওঁৰ সৈতে কাজিয়া লাগিবও পাৰে।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

মিথুন সন্তান ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি যদিহে আপুনি সন্তান প্ৰাপ্তিৰ মনোবাঞ্চা কৰি আছে তেনেহ’লে এই বৰ্ষৰ প্ৰথমাৰ্দ্ধ ইয়াৰ বাবে অনুকূল হ’ব। জানুৱাৰীৰপৰা এপ্ৰিলৰ শেষলৈকে আপুনি সন্তান লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তান বুদ্ধিমান হোৱাৰ লগতে আজ্ঞাকাৰীও হ’ব। যিসকল লোকৰ পূৰ্বৰেপৰাই সন্তান আছে, তেওঁলোকৰ বাবেও বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। আপোনাৰ সন্তানৰ বিকাশ দেখি আপুনিঅত্যন্ত সন্তুষ্ট হ’ব। কিন্তুমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 15 মাৰ্চত যেতিয়া কুম্ভ ৰাশিত মঙ্গল গ্ৰহৰ প্ৰৱেশ ঘটিব তেতিয়া 15 মাৰ্চৰপৰা 23 এপ্ৰিললৈকে আপোনাৰ সন্তানে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ পিছত 23 এপ্ৰিলৰপৰা1 জুনৰ ভিতৰত তেওঁলোকক শাৰীৰিক সমস্যাই অসুবিধাত পেলাব পাৰে সেয়েহে এই সময়খিনিত তেওঁলোকৰ প্ৰতি বিশেষ ধ্যান ৰখাটো আৱশ্যকীয়। 1 জুনৰপৰা 12 জুলাইৰ ভিতৰত তেওঁলোকৰ ক্ৰোধ বৃদ্ধি হ’ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক ভালদৰে বুজাৰ আৰু বুজোৱাৰ চেষ্টা কৰক যাৰ ফলত তেওঁলোক ভুল পথলৈ যোৱাৰ পৰা ৰক্ষা পৰে। ইয়াৰ পিছৰ সময়খিনি অনুকূল হ’ব আৰু তেওঁলোকে নিজ নিজ ক্ষেত্ৰত উন্নতি লাভ কৰিব।

মিথুন বৈবাহিক ৰাশিফল 2024

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ বিবাহৰ যোগ আছে। বৃহস্পতিৰ আশীৰ্বাদত আপুনি নিজৰ পছন্দমতে বিবাহ-পাশত সোমোৱাৰ সুযোগ লাভ কৰিব কিয়নো আপোনাৰ বিবাহৰ প্ৰৱল যোগ আছে। যদিহে আপুনি বিবাহিত তেনেহ’লেমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) ৰ মতে, বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব। মঙ্গল আৰু সূৰ্য্য আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। যদিও দেৱ গুৰু বৃহস্পতিৰ দৃষ্টিও সপ্তম গৃহত পৰিব যি সম্পৰ্ক বজাই ৰখাত সহায়ক হ’ব কিন্তু সূৰ্য্য আৰু মঙ্গলে সপ্তম গৃহত প্ৰভাৱ পেলোৱাৰ ফলত জীৱনসঙ্গীৰ স্বভাৱ কিছু পৰিমাণে উগ্ৰ হৈ পৰিব পাৰে, যাৰ ফলত কথাই-কথাই যুক্তি-তৰ্ক হ’ব পাৰে। তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে সেয়েহে আপুনি তেওঁৰ ধ্যান ৰখা উচিত।

মিথুন ৰাশিফল 2024অনুসৰি জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী মাহত আপুনি নিজৰ শহুৰ পক্ষৰ মানুহৰ যি তি কথা কোৱাটো পৰিহাৰ কৰা উচিত। কাজিয়াৰ পৰিস্থিতি আহিব পাৰে। ইয়াৰ পিছত পৰিস্থিতি লাহে লাহে অনুকূল হ’ব আৰু আপুনি নিজৰ জীৱনসঙ্গীক এই কথা উপলব্ধি কৰোৱাত সফল হ’ব যে বৈবাহিক জীৱনত দুয়োৰেই সমান গুৰুত্ব আছে। আপোনালোক দুয়োৱে মিলি নিজৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব আৰু সন্তানৰ লালন-পালন কৰিব। আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত আপুনি কেইবাবাৰো বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব। আপোনালোক কোনো তীৰ্থস্থানলৈও যাব পাৰে। ইয়াৰ ফলত আপুনি নতুন উদ্যম লাভ কৰাৰ লগতে পৰস্পৰে পৰস্পৰক পৰ্যাপ্ত সময় দিয়াৰ ফলত সম্পৰ্কত থকা সমস্যাসমূহ দূৰ হ’ব আৰু আপোনালোকে বৈবাহিক জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিহ। এই বৰ্ষত আপুনি জীৱনসঙ্গীৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি ধ্যান ৰখাৰ লগতে তেওঁক সুখী কৰিবৰ বাবে আপুনি কোনো ডাঙৰ বস্তু ক্ৰয় কৰিব পাৰে যি তেওঁৰ বাবে যথেষ্ট লাভজনক হ’ব।

মিথুন ব্য়ৱসায় ৰাশিফল 2024

মিথুন ব্যৱসায় ৰাশিফল 2024 অনুসৰি এই বৰ্ষটোৰ আৰম্ভণি আপোনাৰ ব্যৱসায়ৰ বাবে মধ্যমীয়া হ’ব। সূৰ্য্য, মঙ্গল আৰু বুধ, শুক্ৰৰ প্ৰভাৱত ব্যৱসায়ত উত্থান-পতনৰ পৰিস্থিতি আহিব। সেয়েহে আপুনি বছৰটোৰ আৰম্ভণিতে সাৱধানে থকা উচিত।নিজৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে কোনো ধৰণৰ বিবাদ হোৱাটো পৰিহাৰ কৰক কাৰণ ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব পাৰে। এটা কথা মনত ৰাখি আগবাঢ়ক যে জানুৱাৰীৰপৰা মাৰ্চলৈকে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু লাহে-লাহে আগবাঢ়িব লাগিব কাৰণ এই সময়ছোৱাত প্ৰত্যাহ্বান অধিক হ’ব আৰু আপুনি সেইবোৰৰ বিৰূদ্ধে যুঁজ দিব লাগিব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, এপ্ৰিল মাহত পৰিস্থিতি ভাললৈ আহিব। পৰিস্থিতি লাহে-লাহে ভাললৈ অহা আপুনি নিজেই প্ৰত্যক্ষ কৰিব। ব্যৱসায়তো উন্নতি দেখা পাব। বৰ্ষটোৰ আৰম্ভণিতে সপ্তম গৃহৰ অধিপতি একাদশ গৃহলৈ যোৱাৰ ফলত ব্যৱসায়ত লাভ প্ৰাপ্ত কৰিব। 1 মে’ত বৃহস্পতিও দ্বাদশ গৃহলৈ যাত্ৰা কৰিব যি সূচিত কৰে যে আপুনি বৈদেশিক সম্পৰ্কৰদ্বাৰা নিজৰ ব্যৱসায়ত ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত বিদেশ যাত্ৰাৰ সুযোগ লাভ কৰাৰ যোগ আছে আৰু যদিহে আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিব বিচাৰে তেনেহ’লে এই সময়ছোৱা তাৰ বাবে উপযুক্ত হ’ব।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, 31 মাৰ্চৰপৰা 24 এপ্ৰিলৰ ভিতৰত ব্যৱসায়ত বিশেষ উন্নতিৰ যোগ আছে কিয়নো এইখিনি সময়ত আপুনি কোনো ভাল সুযোগ লাভ কৰিব পাৰিব যি আপোনাৰ ব্যৱসায়লৈ উন্নতি কঢ়িয়াই আনিব। ইয়াৰ পিছত 13 অক্টোবৰৰপৰা 7 নৱেম্বৰৰ মাজৰ সময়খিনিত ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সজাগ হৈ থাকক আৰু কোনো ধৰণৰ ভুল কাম কৰাৰ পৰা বাছি থাকক কিয়নো এইক্ষেত্ৰত আইনী মেৰ-পেচৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ডিচেম্বৰ মাহত সফলতা প্ৰাপ্ত কৰিব।

মিথুন সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

মিথুন সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, যদিহে আপোনাৰ বাহন ক্ৰয় কৰাৰ ইচ্ছা আছে তেনেহ’লে বহুত ভাবি-চিন্তি আগবঢ়া উচিত। চতুৰ্থ গৃহত কেতুৰ উপস্থিতিৰ বাবে বাহন ক্ৰয় কৰাৰ সিদ্ধান্ত অতি সাৱধানেৰে গ্ৰহণ কৰা উচিত। আপুনি কোনো শুভ মুহুৰ্ততহে বাহন ক্ৰয় কৰা উচিত কিয়নো ৰাহু আৰু কেতুৰ প্ৰভাৱত বাহনৰ কোনো অসুবিধা হোৱাৰ বা বাহনৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে। অৱশ্যেমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, আপোনাৰ চতুৰ্থ গৃহৰ অধিপতি আৰু ৰাশিৰ অধিপতি বুধ 20 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চ পৰ্য্যন্ত আপোনাৰ নৱম গৃহত স্থিত হ’ব। এই সময়ছোৱা উপযুক্ত হ’ব আৰু ইয়াৰ পিছত 14 জুনৰপৰা 29 জুনৰ মাজৰ সময়খিনিও ভাল হ’ব। বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধৰ ক্ষেত্ৰত দেখা যায় 10 অক্টোবৰৰপৰা 29 অক্টোবৰৰ মাজভাগত বাহন প্ৰাপ্তি হ’ব পাৰে। যদিহে আপোনাৰ পূৰ্বৰেপৰাই বাহন আছে তেনেহ’লে এই বৰ্ষত বাহনৰ চোৱা-চিতাৰ বাবে বিশেষ ব্যয় হ’ব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি সম্পত্তিৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত দেখা যায় এই বৰ্ষত আপুনি কোনো সম্পত্তি বিক্ৰী কৰিব পাৰে। ইয়াৰ বাবে 26 মাৰ্চৰপৰা 9 এপ্ৰিলৰ ভিতৰৰ সময়খিনি ভাল হ’ব কিয়নো তেতিয়া বুধ আপোনাৰ একাদশ গৃহত স্থিত হ’ব আৰু তাৰপিছত 19 জুলাইৰপৰা 22 আগষ্ট তথা 22 আগষ্টৰপৰা 4 ছেপ্তেম্বৰৰ ভিতৰতো আপুনি সম্পত্তিৰ বিক্ৰী কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত দেখা যায় 20 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চ, 26 মাৰ্চৰপৰা 9 এপ্ৰিল, 23 ছেপ্তেম্বৰৰপৰা 29 অক্টোবৰৰ মাজৰ সময়খিনি ভাল হ’ব আৰু এইখিনি সময়তকোনো সম্পত্তি ক্ৰয় কৰাৰ সফলতা লাভ কৰিব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

মিথুন ধন আৰু লাভ ৰাশিফল 2024

মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো ধন আৰু লাভৰ দৃষ্টিকোণৰপৰা চালে দেখা যায় বৰ্ষটোৰ আৰম্ভণি মধ্যমীয়া হ’ব। বুধ আৰু শুক্ৰ ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে ব্যয় বৃদ্ধি হ’ব আৰু কোনো ধৰণৰ সমস্যাৰপৰা সকাহ লাভ কৰাত আৰু স্বাস্থ্যজনিত সমস্যাত ধন ব্যয় হোৱাৰ যোগ আছে।মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি, ইয়াৰ পিছত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চাপ বৃদ্ধি হ’ব কিয়নো মঙ্গল অষ্টম গৃহত স্থিত হ’ব আৰু বুধ আৰু শুক্ৰ সপ্তম গৃহলৈ যাত্ৰা কৰাৰ ফলত সমস্যা বৃদ্ধি হ’ব। কিন্তু বছৰটোৰ দ্বিতীয়াৰ্দ্ধৰ তৃতীয় আৰু চতুৰ্থ তিনিমাহত অধিক ভাল হ’ব। মে’ মাহত বৃহস্পতি দ্বাদশ গৃহলৈ যাত্ৰা কৰাৰ ফলত আমদানীত প্ৰভাৱ পৰিব আৰু আপোনাৰ ব্যয় বৃদ্ধি হ’ব।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত মঙ্গল অষ্টম গৃহলৈ যাত্ৰা কৰাৰ ফলত আপুনি গুপ্ত ধন লাভ কৰাৰ যোগ আছে। কোনো পৈতৃক সম্পত্তি প্ৰাপ্ত কৰিব পাৰে কিন্তু এইখিনি সময়ত ধনৰ বিনিয়োগ কৰাটো লোকচানদায়ক হ’ব পাৰে আৰু ধন হানিও হ’ব পাৰে। সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰা উচিত।এই বৰ্ষত বিশেষভাৱে 7 মাৰ্চৰপৰা 24 এপ্ৰিলৰ ভিতৰত আৰু ইয়াৰ পিছত 1 জুনৰপৰা 12 জুলাইৰ ভিতৰৰ সময়খিনি সৰ্বাধিক উপযুক্ত হ’ব। এইখিনি সময়ত আপোনাৰ ধন লাভৰ যোগ আছে। এপ্ৰিলৰপৰা মে’ৰ ভিতৰত সূৰ্য্য আপোনাৰ একাদশ গৃহত স্থিত হোৱাৰ ফলত আপুনি ধন লাভ কৰিব আৰু চৰকাৰী ক্ষেত্ৰপৰা লাভাম্বিত হোৱাৰ যোগ আছে। এনেদৰে দেখা যায় যে এই বৰ্ষত আপুনি ধনৰ লেন-দেন ভাবি-চিন্তি কৰাটো দৰকাৰী কিয়নো এহাতে আপুনি লাভাম্বিত হ’ব কিন্তু আনহাতে তাৰ লগতে ধন হানিৰ যোগো আছে। ধনৰ সদোপয়োগৰদ্বাৰা আপুনি সমস্যাৰপৰা সকাহ লাভ কৰিব আৰু প্ৰতি মাহে কিবা নহয় কিবা অলপ সঞ্চয় কৰাৰ অভ্যাস কৰক। ইয়াৰদ্বাৰা আপুনি আৰ্থিক ৰূপৰপৰা শক্তিশালী হ’ব।

মিথুন স্বাস্থ্য ৰাশিফল 2024

মিথুন স্বাস্থ্য ৰাশিফল 2024 অনুসৰি বৰ্ষটোৰ আৰম্ভণি দুৰ্বল হ’ব। শুক্ৰ আৰু বুধ আপোনাৰ ষষ্ঠ গৃহত তথা সূৰ্য্য আৰু মঙ্গল সপ্তম গৃহত স্থিত হোৱাৰ ফলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হ’ব পাৰে। আপুনি নিজৰ জীৱনশৈলীৰ বাবেও সমস্যাৰ সম্মুখীন হ’ব পাৰে। ৰাহু আৰু কেতুৱে চতুৰ্থ আৰু দশম গৃহক বিশেষভাৱে প্ৰভাৱিত কৰিব যাৰ ফলত হাঁওফাঁওৰ সংক্ৰমণ বা হাঁওফাঁওৰ যিকোনো সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। 2 এপ্ৰিলৰপৰা 25 এপ্ৰিলৰ ভিতৰত ৰাশিৰ অধিপতি পশ্চাদগামী অৱস্থালৈ অহাৰ ফলত আৰু 8 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চৰ ভিতৰত ৰাশিৰ অধিপতিৰ অস্ত হোৱাৰ ফলত স্বাস্থ্য কিছু দুৰ্বল হোৱাৰ আশংকা আছে। এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখা উচিত। নিজৰ জীৱনশৈলীৰ ভাল অভ্যাস সংযোগ কৰক আৰু বদঅভ্যাস ততালিকে ত্যাগ কৰক। কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন নকৰিব। কিয়নো এই বৰ্ষত ইয়াৰ দুষ্প্ৰভাৱে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে।

মিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) অনুসৰি মে’ৰপৰা আগষ্টৰ ভিতৰত স্বাস্থ্যৰ ভাললৈ অহা দেখা যাব। আপোনাৰ জীৱনশৈলীৰো বিকাশ হোৱা দেখা যাব। ইয়াৰ পিছত অক্টোবৰ আৰু নৱেম্বৰ মাহচ ভৰিৰ বিষ হ’ব পাৰে অথবা চকুৰ সমস্যা হ’ব পাৰে। কিন্তু ডিচেম্বৰ মাহত এই সমস্যাবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিব। বৰ্ষ 2024 স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনেৰে ভৰা হ’ব সেয়েহে নিজৰ স্বাস্থ্যক গুৰুত্ব প্ৰদান কৰক আৰু ভাল খাদ্যাভ্যাস গ্ৰহণ কৰক। ইয়াৰদ্বাৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত লাভাম্বিত হ’ব।

2024 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

মিথুন ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ আৰু মিথুন ৰাশিৰ জাতকসকলৰ ভাগ্যশালী সংখ্যা হৈছে 3 আৰু 6। জ্যোতিষ অনুসৰিমিথুন ৰাশিফল 2024 (Mithun Rashifal 2024) য়ে প্ৰকাা কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2023 ৰ তুলনাত কিছু দুৰ্বল হ’ব। এই বৰ্ষত আপুনি নিজেই কুঁৱা খান্দি পানী উলিয়াব লাগিব অৰ্থাৎনিজে কষ্ট কৰিহে নিজৰ সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাল প্ৰাপ্তি হ’ব কিন্তুতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে ধ্যান ৰাখক।

মিথুন ৰাশিফল 2024: জ্যোতিষীয় সমাধান

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Talk to Astrologer Chat with Astrologer