ਕਰਕ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Karak Rashi Prediction in Punjabi

ਕਰਕ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Karak Rashi Prediction in Punjabi (Sunday, November 8, 2026)
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আপোোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকসিত কৰক।পূৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক,আপোনাৰ এই চেষ্টা নিশ্চয় সফল হব। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব । অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্ব পূৰ্ণ স্তৰ ।ঘৰৰ বয়-বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰি।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। - AstroSage Kundli app
ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 6
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਪਾਰਦਰਸ਼ੀ ਅਤੇ ਗੁਲਾਬੀ
ਉਪਚਾਰ :- বুটৰ দালি গাই গৰুক খুৱালে আৰ্থিক স্থিতি ভাল হ’ব

ਅੱਜ ਦੀ ਦਰ

ਸਿਹਤ:
ਧੰਨ:
ਪਰਿਵਾਰ:
ਪਿਆਰ ਮਾਮਲਾ:
ਕਿੱਤਾ:
ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ:
Talk to Astrologer Chat with Astrologer