ਬ੍ਰਿਸ਼ਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Vrash Rashi Prediction in Punjabi (Sunday, November 8, 2026)
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। সময়,কামকাজ ,পইচা, বন্ধু-বান্ধৱ ,আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে ,দুয়ো প্ৰেমতে বিলীন হৈ থাকিব, আজি আপোনালোক নিজৰ মুডতে থাকিব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব। অন্যই আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে মূৰ ঘমোৱাৰ দৰকাৰ নাই, যদি আপুনি শুদ্ধ হয় তেন্তে একো বেয়া হব নোৱাৰে।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। -
AstroSage Kundli app ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 4
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਭੂਰਾ ਅਤੇ ਸੂਰਮੀ
ਉਪਚਾਰ :- যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব, শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আপোনাৰ সবল ন'হব।
ਅੱਜ ਦੀ ਦਰ