ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi

ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi (Sunday, November 8, 2026)
আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল। বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। - AstroSage Kundli app
ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 2
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਚਾਂਦੀ ਅਤੇ ਚਿੱਟਾ
ਉਪਚਾਰ :- ভাল ভাৱে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলিবৰ বাবে চিল্ক অথবা চেটিনৰ সৰু বগা কাপোৰৰ টুকুৰা এটা সদায় নিজৰ পকেটত ৰাখক কিন্তু মনত ৰাখিব কাপোৰখন সদায় চাফা কৰি ৰাখিব।

ਅੱਜ ਦੀ ਦਰ

ਸਿਹਤ:
ਧੰਨ:
ਪਰਿਵਾਰ:
ਪਿਆਰ ਮਾਮਲਾ:
ਕਿੱਤਾ:
ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ:
Talk to Astrologer Chat with Astrologer