ਮੀਨ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Meen Rashi Prediction in Punjabi

ਮੀਨ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Meen Rashi Prediction in Punjabi (Sunday, November 8, 2026)
আপোনাৰ শাৰীৰিক আৱস্থা ভাল কৰিবৰ বাবে সুষোম আহাৰ গ্ৰহণ কৰক। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱ বাদী তথা যথাৰ্থ বাদী হওক -কিচু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। - AstroSage Kundli app
ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 8
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਕਾਲਾ ਅਤੇ ਨੀਲਾ
ਉਪਚਾਰ :- গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক।

ਅੱਜ ਦੀ ਦਰ

ਸਿਹਤ:
ਧੰਨ:
ਪਰਿਵਾਰ:
ਪਿਆਰ ਮਾਮਲਾ:
ਕਿੱਤਾ:
ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ:
Talk to Astrologer Chat with Astrologer