অহাকালিৰ ৰাশিফল - Tomorrow’s Horoscope in Assamese
Plan your day with AstroSage free rashi bhavishya. Select a sign below to display rashiphal:
Read in English - Tomorrow Horoscope
অহাকালিৰ ৰাশিফলৰ দ্বাৰা আপুনি কাইলৈ হব লগা ঘটনাৰ ধাৰণা আজিয়ে কৰি ল’ব পাৰে। ইয়াৰ লাভ এইটোয়ে যে গ্ৰহ আৰু নক্ষত্ৰৰ চলন অনুযায়ী আপোনাৰ কাইলৈ হ’ব লগীয়া অথবা পাব লগীয়া সকলোধৰণৰ ভাল -বেয়া পৰিণাম ইত্যাদিৰ বিষয়ে আপুনি আগতেই সচেতন হৈ থাকিব। ইয়াৰ উপৰিও অহাকালিৰ ৰাশিফলৰ সহায়ত আপুনি গম পাব যে কাইলৈ আপুনি কি কি বিষয়ত বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কাৰ পৰা আপুনি আতৰিঁ থাকিব লাগিব আৰু কি পথে আপোনাক উন্নতিৰ পথত লৈ যাব আৰু লগতে আপোনাৰ সন্মুখত কি কি বাধা সমস্যা হৈ থিয় দিব? অহাকালিৰ ৰাশিফল আপোনাক এই বোৰ কথা আপোনাক আগতে অৱগত কৰায়।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়,ঠিক তেনেকৈ অহাকালিৰ ৰাশিফলৰ জৰিয়তে আমি আজিৰ দিনটোতে কাইলৈ হব লগা ঘটনাৰ বিষয়ে জানিব পাৰো। ইয়াৰ উপৰিও সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধৰাশি-মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। কাল পুৰুষ কুণ্ডলীত থকা প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। astrosage.com ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই পদ্ধতি ইয়াৰ ওপৰতো ব্যৱহাৰ হয়। বাৰ্ষিক ৰাশিফলত আমাৰ বিদ্বান তথা অভিজ্ঞতাসম্পন্ন জ্যোতিষী গোটেই বছৰধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰে আৰু সেই হিচাপে ফলাদেশ প্ৰকাশ কৰা হয়।
এই ৰাশিফল নাম ৰাশি অনুযায়ী নে জন্ম ৰাশি অনুযায়ী ?
এষ্ট্ৰোসেজ ৰ বিশেষজ্ঞ জ্যোতিষিৰ মতে অহাকালিৰ বাবে দিয়া ৰাশিফল জন্ম ৰাশি অনুসৰি চোৱা বেছি ভাল। যদি আপুনি নিজৰ জন্ম ৰাশিৰ বিষয়ে অজ্ঞাত তেন্তে নাম ৰাশিৰ দ্বাৰাও নিজৰ ভৱিষ্যত বিষয়ে জানিব পাৰে। পূৰণি সময়ত এনেও নাম ৰাশি অনুযায়ী হে ৰখা হৈছিল, বহুত পণ্ডিতে ভাৱে যে নাম ৰাশি আৰু জন্ম ৰাশি সমানেই গুৰুত্বপূৰ্ণ হয়।
এই ৰাশিফল সূৰ্য ৰাশি আধাৰিত নে চন্দ্ৰ ৰাশি আধাৰিত ?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে আৰু এই অনুযায়ী ভৱিষ্য তথা অতীতৰ বিষয়ে আপুনি ভালকৈ গম পাব।
মোৰ ৰাশি কি হয় -এইবিষয়ে কেনেকৈ জানিব?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত । এতিয়া জানক আপোনাৰ চন্দ্ৰ ৰাশি : চন্দ্ৰ ৰাশি কেলকুলেটৰ
কাইলৈৰ ৰাশিফল কেনেকৈ গণনা কৰা হৈছে?
অহাকাইলৈৰ ৰাশিফল গোচৰ আধাৰিত হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল সঠিক নে?
যত নেকি নামৰ পৰাই গম পোৱা যায় এই ফলাদেশ ৰাশিৰ আধাৰত নিৰ্ভৰ কৰিয়ে লিখা হয় আৰু এইবাবে ইয়াক ৰাশিফল বুলি কোৱা হয়। গোটেই পৃথিৱীৰ কোটি কোটি মানুহৰ অকল এই বাৰটা ৰাশিৰ সহায়তে ভৱিষবাণী কৰা হয় এইবাবে ইয়াক সামান্য অথবা সাধাৰণ ফলক নামা হিচাপেই মানা উচিত। সঠিক ভৱিষ্যফলৰ বাবে কোনোবা জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলী অধ্যয়ণ কৰোৱা অধিক সুফলদায়ক হব। আপোনাৰ কুণ্ডলী অনুসৰি সঠিক জাননী প্ৰাপ্ত কৰিবলৈ আপুনি আমাৰ জ্যোতিষ বিশেষজ্ঞ ৰ লগত কথা পাতিব পাৰে।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Sun Transit In Leo Blesses Some Zodiacs; Yours Made It To The List?
- Venus Nakshatra Transit Aug 2025: 3 Zodiacs Destined For Luck & Prosperity!
- Janmashtami 2025: Read & Check Out Date, Auspicious Yoga & More!
- Sun Transit Aug 2025: Golden Luck For Natives Of 3 Lucky Zodiac Signs!
- From Moon to Mars Mahadasha: India’s Astrological Shift in 2025
- Vish Yoga Explained: When Trail Of Free Thinking Is Held Captive!
- Kajari Teej 2025: Check Out The Remedies, Puja Vidhi, & More!
- Weekly Horoscope From 11 August To 17 August, 2025
- Mercury Direct In Cancer: These Zodiac Signs Have To Be Careful
- Bhadrapada Month 2025: Fasts & Festivals, Tailored Remedies & More!
- सूर्य का सिंह राशि में गोचर, इन राशि वालों की होगी चांदी ही चांदी!
- जन्माष्टमी 2025 पर बना दुर्लभ संयोग, इन राशियों पर बरसेगी श्रीकृष्ण की विशेष कृपा!
- अगस्त में इस दिन बन रहा है विष योग, ये राशि वाले रहें सावधान!
- कजरी तीज 2025 पर करें ये विशेष उपाय, मिलेगा अखंड सौभाग्य का वरदान
- अगस्त के इस सप्ताह मचेगी श्रीकृष्ण जन्माष्टमी की धूम, देखें व्रत-त्योहारों की संपूर्ण जानकारी!
- बुध कर्क राशि में मार्गी: इन राशियों को रहना होगा सावधान, तुरंत कर लें ये उपाय
- भाद्रपद माह 2025: त्योहारों के बीच खुलेंगे भाग्य के द्वार, जानें किस राशि के जातक का चमकेगा भाग्य!
- अंक ज्योतिष साप्ताहिक राशिफल: 10 से 16 अगस्त, 2025
- टैरो साप्ताहिक राशिफल (10 अगस्त से 16 अगस्त, 2025): इस सप्ताह इन राशि वालों की चमकेगी किस्मत!
- कब है रक्षाबंधन 2025? क्या पड़ेगा भद्रा का साया? जानिए राखी बांधने का सही समय
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025