ਬ੍ਰਿਸ਼ਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Vrash Rashi Prediction in Punjabi
ਬ੍ਰਿਸ਼ਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Vrash Rashi Prediction in Punjabi (Saturday, November 28, 2026)
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন হতাশ থাকিব।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। - AstroSage Kundli app
ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 8
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਕਾਲਾ ਅਤੇ ਨੀਲਾ
ਉਪਚਾਰ :- যদি এনেকুৱা মানুহৰ লগত সময় অতিবাহিত কৰিব লাগে যাক আপুনি ইমান ভাল নাপায়, সেই হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ বগা চন্দনৰ তিলক কপালত লগাওঁক।
ਅੱਜ ਦੀ ਦਰ
ਸਿਹਤ: 









ਧੰਨ: 









ਪਰਿਵਾਰ: 









ਪਿਆਰ ਮਾਮਲਾ: 









ਕਿੱਤਾ: 









ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ: 









Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems

