ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল - Sagittarius Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো জাতকসকলৰ বাবে উত্থান-পতনৰ বাবে পৰিপূৰ্ণ হ’ব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মাহটো মোটামোটি ভালেই হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। মাহটোৰ আৰম্ভণিতে বিৰোধীয়ে কিছু সমস্যাত পেলাব পাৰে, কিন্তু তাৰপিছত লাহে লাহে পৰিস্থিতি ভাললৈ আহিব। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব আৰু বিদেশলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। ব্যৱসায় কৰা জাতকসকল লাভাম্বিত কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ দৃষ্টিকোণৰপৰা মাহটোৰ আৰম্ভণি আপোনাৰ বাবে মধ্যমীয়া হ’ব। আপোনাৰ বুদ্ধিৰ বিকাশ হ’ব আৰু আপুনি নিজৰ বুদ্ধিৰদ্বাৰা সকলো কাম মনপুতি কৰিব। যদিহে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰিব বিচাৰে তেনেহ’লে তাতো সফলতা লাভ কৰিব। উচ্চ ষিক্ষাৰ শিক্ষাৰ্থীসকলে যথেষ্ট ভাল সফলতা প্ৰাপ্ত কৰিব। ডিচেম্বৰ মাহটো পাৰিবাৰিক জীৱনৰ বাবে মোটামোটি ভালেই হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত শুভ কাৰ্য্য সম্পন্ন হ’ব আৰু পূজা-পাঠ অনুষ্ঠিত হ’ব পাৰে। প্ৰেম জীৱনৰ দৃষ্টিকোণৰপৰা মাহটোৰ আৰম্ভণি আপোনাৰ বাবে ভাল হ’ব। আপোনাৰ সম্পৰ্ক গভীৰ হ’ব, কিন্তু সৰু সুৰা যুক্তি-তৰ্ক থাকিব পাৰে, যি দৰাচলতে আপোনালোকৰ মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি কৰিব। অবিবাহিত জাতকসকলৰ বাবে মাহটো কিছু জটিল হ’ব পাৰে। দাম্পত্য জীৱনত আপোনাৰ বিৰোধাভাস বৃদ্ধি পাব পাৰে, কিন্তু মাহটোৰ দ্বিতীয় ভাগত আপোনাৰ স্থিতি ভাললৈ আহিব। আপুনি নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ ইয়াৰ বাবে বিভিন্ন সমস্যা উৎপন্ন হ’ব পাৰেে। লগতে নিজৰ জীৱনসঙ্গীৰ প্ৰতি সন্মান ৰাখক। আৰ্থিক স্থিতিৰ দৃষ্টিকোণৰপৰা মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব পাৰে। লাহে লাহে পৰিস্থিতি ভাললৈ আহিব যদিও আপোনাৰ ওপৰত আৰ্থিক বোজা থাকিব। মাহৰ শেষলৈ খৰচ কম হ’ব আৰু উপাৰ্জন বৃদ্ধি হ’ব। আপুনি ধন সঞ্চয় কৰিবলৈ প্ৰয়াস কৰিব লাগিব। ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই ডিচেম্বৰ মাহটো স্বাস্থ্যৰ দিশৰপৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষলৈ পৰিস্থিতি ভাললৈ আহিব কিন্তু আপুনি স্বাস্থ্যৰ প্ৰতি একেৰাহে সচেতন হৈ থাকিব লাগিব।
উপায়
আপুনি বৃহস্পতিবাৰে হালধি অথবা কেশৰৰ তিলক লগোৱা উচিত।
উপায়
আপুনি বৃহস্পতিবাৰে হালধি অথবা কেশৰৰ তিলক লগোৱা উচিত।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


