কন্যা ৰাশিৰ মাহেকীয়া ৰাশিফল - Virgo Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি কন্যা ৰাশিত জন্ম গ্ৰহণ কৰা জাতকসকলৰ বাবে ডিচেম্বৰ মাহটো মধ্যমীয়া ফলদায়ক হ’ব। কেৰিয়াৰৰ দিশৰপৰাও এই মাহটো মধ্যমীয়া হ’ব। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটো মোটামোটি ভালেই যাব। দীৰ্ঘকালীন ব্যৱসায়ত লাভ হোৱাৰ যোগ আছে। শিক্ষাৰ দিশত এই মাহটো যথেষ্ট ভাল হ’ব। আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰাত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে মাহটো যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। আপুনি কোনো উচ্চ পদৰ বাবে বাছনি লাভ কৰিব পাৰে। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীকলৰ বাবে এই মাহটো ভাল হ’ব। পাৰিবাৰিক জীৱনৰ বাবেও মাহটো ভাল হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত জেষ্ঠ্যসকলৰ আশীৰ্বাদ আৰু সহযোগ আপুনি প্ৰাপ্ত কৰিব যাৰ বাবে আপুনি সুখী হ’ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে এই ডিচেম্বৰ মাহটো ভাল হ’ব লাগে। যদিহে আপুনি কোনো প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপোনাক প্ৰেমাস্পদে বিবাহৰ প্ৰস্তাৱ দিব পাৰে। বৈবাহিক জীৱনত মাহৰ আৰম্ভণিতে কিছু চাপ আহিব পাৰে। সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক জীৱনৰ বাবে এই মাহটো কিছু দুৰ্বল হ’ব পাৰে। বিদেশ যাত্ৰাৰপৰা লাভ প্ৰাপ্ত কৰিব পাৰিব। মাহটোৰ উত্তৰাৰ্দ্ধত ভাল ধন প্ৰাপ্তিৰ যোগ আছে কিন্তু আপুনি নিজৰ ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, তেতিয়াহে আৰ্থিক স্থিতিৰ শুধৰণি হ’ব। এই মাহটো স্বাস্থ্যৰ দিশপৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব।
উপায়
শুক্ৰবাৰে স্ফটিকৰ মালাৰে মাতা মহালক্ষ্মীৰ মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব।
উপায়
শুক্ৰবাৰে স্ফটিকৰ মালাৰে মাতা মহালক্ষ্মীৰ মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


