বাৰ্ষিক পত্ৰিকা 2020 – Assamese Rashiphol 2020
পঢ়ক ৰাশিফল ২০২০ আৰু জানক কোন ৰাশিৰ জাতকে পাবো সফলতা এই বছৰ? বৈদিক জ্যোতিষ দ্বাৰা তৈয়াৰ কৰা এই ভবিস্যফলে আপোনাক দিব অনেক ধৰনৰ সুখবৰ। আগন্তুক জীবনত ঘটিব পৰা এনে কিছু ঘটনাৰ বিষয়ে জনাম আমি সবিশেষ। আপোনাৰ জীবনৰ সম্ভাব্য ঘটনাবোৰ, এই নিবন্ধত বৈদিক জ্যোতিষ শাস্ত্ৰেৰ উপৰত ভিত্তি কৰি বিস্তাতৰিত ভাবে বৰ্ণনা কৰা আছে।
সমস্ত গ্ৰহ আৰু নক্ষত্ৰ12 ৰাশি চক্ৰত উপস্থিত থাকে। প্ৰত্যেক ৰাশিচক্ৰৰ একুতা শাসনকৰ্তা এবং ভাগ়্ চাট়্ থাকে। এই টু জানা আবশ্যক যে কুন্তু গ্ৰহে ভাল আৰু কুন্তু গ্ৰহে বেয়া পৰিনাম দিয়ে। আমি আপোনাক জনাম জীবনৰ কুন্তু ক্ষেত্ৰত দিব লাগিব আপোনি অধিক যত্ন আৰু কেনে হব এই বছৰ আপোনাৰ বাবে। এই জ্ঞান পাব আপোনি আমাৰ ওয়েবসাইটৰ বাৰ্ষিক ফলাদেশত। আহক আমি জানো কি কৰিব লাগিব আপোনি এই বছৰ।
এই ৰাশিফল তইয়াৰ কৰা হইছে চন্দ্র ৰাশিৰ আধাৰত। নিজৰ চন্দ্র ৰাশি জানিবলৈ ইয়াত ক্লিক কৰক
মেষ ৰাশিফল ২০২০
2020 চনৰ অন্তিম ফালে আপোনাৰ স্বাস্থ্য কুশলে থাকিব। অবশ্য বসৰাৰ আৰম্ভণিতে কিছু সমস্যা
দেখা পাব পাৰে। সেইবাবেই স্বাস্হ্যৰ সঠিক যত্ন লব লাগিব। এটা নিভাঁজ সম্বন্ধ GORHI
উঠিব আপোনাৰ আৰু আপোনাৰ জীবন সঙ্গীৰ সৈ তে, আৰুএকেলগে আপোনি দুয়ো পাৰ কৰিব সকলো দুঃখ
আৰু পৰীক্ষা। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সৈতে এটা পেশাদাৰী সম্পর্ক স্থাপিত হব পাৰে।
প্রেম বিবাহৰ বাবে আগ্রহ কৰি থকা সকলে কঠিন পৰিশ্ৰম কৰিব লগা হব পাৰে। বিবাহিত জীবন
সুকলমে পাৰ হব আৰু আপোনাৰ সন্তানে ভাল কৰিব। পৰিবাৰত জবাৰ ভাতা আহিব পাৰে। পিতৃৰ স্বাস্থ্য
নথকাৰ আশঙ্কা আছে। স্থান পৰিবৰ্তন কৰিব পাৰে আৰু পৰিবাৰৰ সদস্যৰ পৰা দূৰত থাকিব লগা
হব পাৰে। ঘৰত সুপ্রসন্ন কাৰ্যক্ৰম অনুষ্ঠিত হব পাৰে। সাত্ৰসকলে ভাল পৰিণতি পাব। বিদেশী
সূত্ৰৰপৰএ লাভ পাব পাৰে। সহকর্মী এবং পৰিবাৰৰ ভাল সহযোগ পাব। আপোনি চাকৰিয়াল জীবনট
সুন্দৰভাবে আগ বাঢ়ি যাব
বৃষ ৰাশিফল ২০২০
বৃষ ৰাশিফল ২০২০ মতে, আপোনাৰ স্বাস্থ্য সুকলম নথকাৰ আশংকা আছে। নিজৰ ব্যক্তিগত আৰু
পেশাগত জীবনৰ মাজত এটা সামঞ্জস্য বহাব লাগিব আপোনি। মাংসপেশি আৰু স্নায়ু জনিত বেমাৰে
দেখা দিব পাৰে। প্ৰেম জীবন ভাল থাকিব। বিবাহিত জাটকৰ নিজৰ জীবন সঙ্গীৰ হতে ভাল সাদৃশ্য
থাকিব। সন্তানৰ বাবে সময় ভাল। বসৰৰ প্রথম টু ভাগ পাৰিবাৰিক জীৱনৰ বাবে উত্তম নহব। মা
দেউতাৰ শৰীৰ দুর্বল থাকিব পাৰে। গ্রহ আৰু নক্ষত্ৰয়ে আপোনাৰ বাবে সুখবৰ আনিব সেপ্টেম্বৰ
মাহত। চাএ সকলে নিজৰ মনে বিসৰা বিশ্ববিদ্যালয় অথবা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰে।
ধন অর্জন কৰাট বাধাৰ সম্মুখীন হব পাৰে , সেইবাবে আপোনাক সাবধান থাকিব আদেশ দিয়া হইতে।
অন্যথা, আর্থিক সমস্যাৰ সম্মুখীন হব পাৰে। চাকৰিত উন্নতি কৰাৰ সুজুগ আছে। বসৰ ওৰসেহৰ
ফালে , পৰিস্থিতি বুৰ আপোনাৰ পক্ষট থাকিব।
মিথুন ৰাশিফল ২০২০
2020 বছৰৰ ফলাদেশৰ মতে, বছৰৰ আৰম্ভণি তে আপোনাৰ স্বাস্থ্য উন্নত থাকিব। কিন্তু ডাক্তাৰওৰ
পৰামৰ্শ গ্রহণ কৰাতো উচিত। গতিকে স্বাস্থ্যৰ যত্ন লক আৰু একো সমস্যাক উপেক্ষা নকৰিব।
প্ৰেম জীবন মায়াময় হয় থাকিব আৰু এটা ভাল সম্ভন্ড গৰ্হি উঠিব। বিবাহত জাতকে নিজৰ জীবন
সঙ্গীৰ সঠিক যত্ন লব লাগিব শাহু শহুৰৰ পৰা লাভ পোৱাৰ আশংকা আছে। এই বসৰটু সন্তানৰ বাবেও
উত্তম হব যিহেতু নিজৰ কামৰ বাবে সফলতা পাব। পৰিয়ালত কাজিয়া ক্ৰন্ডল ইত্যাদি দেখা
দিব পাৰে আৰু আপোনাৰ মানসিক শান্তিট বাধা জন্মাব পাৰে। ধন অথবা সম্পত্তি বাবে এই ক্ৰন্দল
হব পাৰে।আপোনি যদি এগৰাকী পাৰিবাৰিক ব্যক্তি, তেনেহলে আধ্যাত্মিক দিশত খুঁজ দিব পাৰে।
এই সময় শিক্ষাৰ্থী আৰু পেশাদাৰকোৰ্স কৰি থকা জাতকৰ বাবে সামান্য হব। মনুবঞ্চিত ফল
পাব পাৰে। কোনো ধৰনৰ নতুন কাম এই সময়ত আৰম্ভ কৰিব নালাগে
কর্কট ৰাশিফল ২০২০
2020 চনৰ পত্ৰিকা অনুসৰি কৰ্কট ৰাশিৰ জাতক সকলে নিজৰ স্বাস্থ্য আৰু খান পানৰ প্ৰতি
ধ্যান দিয়া উচিত। এ এটা সঠিক প্ৰণালীত জীবন যাপন কৰিব লাগিব। বিভিন্ন ধৰনৰ বেমাৰে দেখা
দিব পাৰে। এটিয়া আহু আপোনাৰ প্রেম জীবনল , আপোনাৰ সম্পৰ্কট কিছু ধনাত্মক পৰিবৰ্তন আহিব
পাৰে। প্রেমিক বা প্রেমিকা হিচাপে আপোনি আদৰ্শবযান হব। আনহাতে, একাধিক বিষয়ক জড়িত
থকাৰ কাৰণে, আপোনাৰ সম্পৰ্কট অভাবাত্মক প্ৰভাব পৰিব পাৰে। বিবাহত জাতকে কিছু উত্থান-পতনৰ
সম্মুখীন হ’ব পাৰে। কিন্তু ভাল বুজাবুজি থকাৰ বাবে সমস্যা বুৰ আতৰ হব। মাতৃৰ স্বাস্থ্য
সবল নাথাকিব পাৰে। শিক্ষাৰ্থী সকলে কঠিন পৰিশ্ৰম কৰিব লাগিব আৰু একান্ত মনে পঢ়িব লাগিব,
যদি সফলতা কামনা কৰে। আর্থিক সংকটে দেখা দিব পাৰে। গতিকে, নিজৰ খৰচ নিয়ন্ত্রণ কৰক
আৰু ধন সংৰক্ষণ কৰক। বছৰতুৰ আৰম্ভণি আপোনাৰ পেশা গত জীৱনৰ বাবে উত্তম হব।
সিংহ ৰাশিফল ২০২০
এই বছৰৰ পত্ৰিকআই কয় যে সিংহ ৰাশিৰ জাতক সকলে ভাল স্বাস্থ্য উপভোগ কৰিব। শৰীৰৰ মেদ
নিয়ন্ত্ৰন কৰিবলে আপোনাক যোগ, প্ৰায়ানাম আৰু ব্যায়াম কৰাৰ নির্দেশ দিয়া হৈছে। প্রেম
জীবনট এটা বেয়া অধ্যায় আহিব পাৰে , আৰু আপোনাৰ দুয়োজনকে পৃথক কৰিব পাৰে। যদি আপোনি
বিবাহিত, এটা অস্থিৰ পৰিবেশটি জীবন যাপন কৰিব লগা হব পাৰে। কুনু ধৰনৰ ভুল বুজাবুজি
নিজৰ সম্পৰ্কট ঘৰ কৰিব নিদিব। বছৰৰ শেষৰ মাহ কেইটা বিবাহিত জাতকৰ বাবে উত্তম হব। আপোনাৰ
সন্তানৰ সফলতা দেখি অপিনুও সুখী হব। বছৰৰ দ্বিতীয় ভাগত পৰিবাৰত এজন নতুন সদস্য যোগ
হব পাৰে। পাৰিবাৰিক জীবন সবল কৰিবলে কিসু বুজা পৰাৰ মাজেৰে চলা উচিত। এই বছৰটি শিক্ষাৰ্থীৰ
পক্ষে ভাল হব।
কন্যা ৰাশিফল ২০২০
ৰাশিফলে কয় যে ভাগ্য আপোনাৰ পক্ষ্যৎ থাকিব আৰু আপোনি এটা সবল স্বাস্থ্যৰ গৰাকী হব।
নিজৰ দৈনিক আঁচনিৰ যত্ন লব আৰু শ্রেষ্ঠ জীবন প্রণালী উপভোগ কৰিব। নিজৰ প্রেমিক অথবা
প্রেমিকাৰ সৈতে সম্পর্ক শক্তিশালী হই উঠিব। প্রেম জীবনত স্থিৰতা থাকিব আৰু দুয়ো দুয়োৰে
লগত কিছু অন্তৰঙ্গ সময় পাৰ কৰিব পাৰিব। যদি আপোনি বিবাহিত, জীবন সঙ্গীৰ পৰা অনেক উপহাৰ
আৰু বিশেষ ভাবে সহযুগ পাব। জীবন সঙ্গীৰ পৰা দূৰত থাকিব লগা হব পাৰে জি নিশ্চিত ভাবে
আপোনাৰ সম্পর্ক উন্নত কৰিব। পাৰিবাৰিক জীবন এবং সন্তানৰ পক্ষ্যে এই সময় কন ভাল হব।
সমাজত আপোনাৰ আদৰ আৰু নাম বৃদ্ধি হব। চাএ সকলে ডাঙৰ উপলব্ধি পাব পাৰে। আর্থিক স্থিতি
সবল থাকিব জি আপোনাক সুখী ৰাখিব। বাহন ব্যয় কৰাৰ যোগ উপলব্ধ হব। চাকৰি ক্ষেত্ৰত আপোনাৰ
প্ৰদৰ্শন প্রশংসনীয় হই উঠিব। স্থান বদলি কৰাৰ যুগ আছে। যদি MNC'ট কাম কৰে, তেন্তে
ভাল লাভ পাব পাৰে। বন্ধু বঙ্গৰ সহযোগ পায় লাভ কৰাৰ আশা আছে।
তুলা ৰাশিফল ২০২০
চনৰ অধিসূচনা অনুসাৰে , আপোনি শাৰীৰিক অসুস্থতা আৰু দুৰ্ব্বলতাৰ সম্মুখীন হব পাৰে।
বদহজম, মাথা বিষ, গাঁথি বিষ , সৰু আই এবং শৰীৰৰ বিভিন্ন ধৰণৰ অঙ্গট বিষ হব পাৰে। যিহেতু
স্বাস্থ্য আপোনাৰ একান্ত মূল্যবান সম্পদ, আপোনি নিজৰ স্বাস্থ্যেৰ হিতৰ কথা চিন্তা কৰিব
লাগে। প্রেম সম্বন্ধীয় বিষয়ত স্থিৰতা লাভ কৰিব আৰু এটা সুহ্ম জীবন যাপন কৰাৰ চেষ্টা
কৰিব। সঙ্গীৰ সৈতে আপোনাৰ প্রেম আৰু প্ৰবল হব। বছৰৰ আৰম্ভণিতে, আপোনাৰ যুগ্ম জীবন অলপ
লেহেম গতিত আগ বাঢ়িব পাৰে। কিন্তু চিন্তাৰ কাৰণ নাই কাৰণ বছৰৰ মাজ ভাগত কিছু উন্নতি
দেখা দিব। আনহাতে, স্বামী অথবা পত্নীৰ স্বাস্থ্য বেয়াৰ ফালে ধ্ল খাব পাৰে। সন্তান সফলতাৰ
মুখ দেখিবলে বহুত পৰিশ্ৰম কৰিব লাগিব। এই বছৰত , কোনো মনৰ মিলা সঙ্গী চাই, সন্তান বিয়া
পটাৰ নির্ণয় লব পাৰে।পাৰিবাৰিক জীৱনৰ বাবে এই সময় খুব ভাল প্রমাণিত হব, যিহেতু আপোনি
পৰিবাৰৰ সদস্যৰ লগত কিছু অপূর্ব সময় কটাব পাৰে। সময় শিক্ষাৰ্থী সকলৰ বাবেও ভাল, যিহেতু
সঠিক ভাবে চেষ্টা কৰিলে চাকৰি লাভ কৰাৰ আশা আছে। এই বছৰ বিদেশ ভ্রমণ কৰাৰ সুযোগ আছে।
এই বছৰৰ সময় আৰ্থিক পক্ষৰ বাবে খুবেই সাধাৰণ হব। আপোনি এই বছৰ একাধিক উত্সৰ পৰা ধন
উপাৰ্জন কৰিব পাৰিব, কিন্তু ধন ব্যয় জোৱাৰ আশঙ্কাও থাকিব। এই বছৰ আপোনি কোনা নতুন
উদ্যোগ আৰম্ভ কৰা উচিত নহয়।
বৃশ্চিক ৰাশিফল ২০২০
বৃশ্চিক ৰাশিফল ২০২০ অনুযায়ী,আপোনাৰ স্বাস্থ্য এই বছৰ সবল থাকিব। কিছু মানসিক অস্থিৰতাৰ
সৈতে মুখোমুখি হব পাৰে কিন্তু অতি শীঘ্ৰই অশান্তি বোৰৰ পৰা নিজাত পাব। আপোনাৰ প্রেম
জীবনত সুষমতা থাকিব আৰু সিঙ্গল জাতকৰ জীবনত কোনো নতুন ব্যক্তিয়ে প্রবেশ কৰিব পাৰে।
ফাত মেলা এটা সম্পৰ্কয়ে পোনৰ প্রাণ পাই উঠিব পাৰে। আপোনি বিবাহিত হলে সময় আপোনাৰ যুগ্ম
জীবনৰ বাবে উপযুক্ত। আপোনি ভবিষ্যতে আপোনাৰ জীবন সঙ্গীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত
লব পাৰে।আপোনাৰ পৰিবাৰৰ সদস্যৰ মাজত তৰ্ক-বিতৰ্ক বা সৰু সূৰা ক্ৰন্দল হব পাৰে , সেইবাবে
আপোনাক ধৈর্য বজায় ৰখাৰ নির্দেশ দিয়া হৈছে। পৰিবাৰত শিশুৰ জন্ম অথবা বিবাহৰ সম্ভাবনা
আছে। শিক্ষাৰ্থীযে অনেক সংগ্ৰামৰ মূৰত সাফল্য পাব। এই বছৰ আপোনাৰ অর্থনৈতিক লাভ আৰু
ধন সঞ্চয় কৰাৰ বাবে উপযুক্ত। আপোনি আৰম্ভণিতে এটা নতুন কাম হাতত লব পাৰে , অলপ সময়
আগ বঢ়াৰ পিছত আপনি কর্ম জীবনত অনেক নতুন সুযোগ পাব। এই বছৰ আপোনি আপোনাৰ পূর্ণ শক্তি
আৰু প্রতিভা ব্যৱহাৰ কৰিব পাৰিব।
ধনু ৰাশিফল ২০২০
ধনু ৰাশিফল ২০২০ অনুযায়ী, এই বছৰ আপোনাক কিছু সাধাৰণ স্বাস্থ্য সমস্যা দেখা দিব পাৰে।
বছৰৰ সময় বুৰ আপোনাৰ প্রেম জীবনৰ বাবে ভাল হব আৰু আপোনাৰ প্ৰেমি বা প্ৰেমিকাৰ সৈতে
ঘনিষ্ঠতা বাঢ়িব। আপোনাৰ সঙ্গীযে আপোনাৰ অনুভূতি বুজিব পাৰিব। আপোনি যদি কাৰুবাক প্ৰেমৰ
প্রস্তাব দিব বিছাৰে, তেন্তে ইতিবাচক প্ৰতিক্ৰিয়া আশা কৰিব পাৰে। আপোনাৰ বৈবাহিক জীবন
ভাল হব আৰু আপোনি আপোনাৰ সঙ্গীৰ সৈতে ভাল সামঞ্জয় বজায় ৰাখিব। যদিও আপোনি নিজৰ পত্নী
বা স্বামীৰ স্বাস্থ্যৰ সম্পৰ্কে খুব সতৰ্ক হব লাগিব। সন্তানৰ কামনা কৰা জাতক সকলোৰে
ইচ্ছা এই বছৰ পূৰ্ণ হব পাৰে। আপোনি মাটি এবং সম্পত্তিৰ পৰা সুবিধা লাভ কৰিব পাৰে আৰু
আপোনাৰ পাৰিবাৰিক পৰিবেশ শান্তিপূৰ্ণ হব। আপোনাৰ পৰিবাৰৰলৈ এজন নতুন সদস্যেৰ আগমন হোৱাৰ
সম্ভাবনা আছে।আপোনি শিক্ষা ক্ষেত্ৰত মিশ্রিত ফলাফল পাব পাৰে। নিজৰ প্রচেষ্টা অথবা পৰিশ্ৰম
অনুপাতে ফলাফল লাভ কৰিব ধনু ৰাশি জাতক সকলে। বিদেশী উত্সৰ পৰা লাভ হবে এবং আপোনি অসাধাৰণ
কৰ্মক্ষমতাৰ কাৰণে আনে কৰা কামৰ বাবে প্রশংসা অর্জন কৰিব। আপোনি কৰ্মক্ষেত্ৰেত বর্তমান
অবস্থানৰ পৰা পছন্দমৰ্মে স্থানান্তৰ লাভ কৰিব পাৰে। এই বছৰ সফলতা আপোনাৰ জীৱনলৈ আগ
বাঢ়ি আহিব
মকৰ ৰাশিফল ২0২0
মকৰ ৰাশিফল ২0২0 অনুযায়ী, এই বছৰটি আপোনাৰ বাবে ভাল প্রমাণিত হব। যদিও আপোনি স্বাস্থ্য
সম্পর্কিত বিষয়ত মিশ্ৰিত ফলাফল পাব। আপোনি কোনো পোৰণি বেমাৰ নিৰাময় কৰিব সক্ষম হব।
আপোনাৰ জীবনৰ বিভিন্ন ক্ষেত্ৰত আপোনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সময় প্রেম জীবনৰ বাবে
ভাল আৰু এই বছৰ আপোনি বিবাহপাশত আবদ্ধ হব পাৰে। নিজৰ সঙ্গীৰ হৃদয় জয় কৰিব সক্ষম হব
আপোনি। বিবাহিত হলে আপনাৰ বৈবাহিক জীবনে কিছু ভাল এবং কঠোৰ সময় পৰিলক্ষিত কৰিব। আপোনি
মনট ৰখা উচিত যে কামৰ ব্যস্ততাৰ মাজত নিজৰ জীবন সংগিক সময় দিয়াতু আপোনাৰ কৰ্ত্যব।এই
সময় আপোনাৰ সন্তানৰ বাবে খুব বেচি অনুকূল নহয়, সেইবাবে সন্তানৰ যত্ন কৰক আৰু যিমান
পাৰে উত্সাহিত কৰক। আপোনি নাম এবং খ্যাতি লাভ কৰিব এবং আপোনাৰ পাৰিবাৰিক জীবন সুমাময়
হব। শিক্ষাৰ ক্ষেত্ৰত ভাল পৰিনাম পাবলে আপোনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই বছৰ আপোনাৰ
অর্থনৈতিক জীবন অলপ সমস্যাসংকুল হব পাৰে। সেইবাবে আর্থিক বিষয় বাবত সতৰ্কতা অবলম্বন
কৰাৰ প্রয়োজন আছে। ঘৰত বহি থকা যুব প্ৰজন্ময়ে শীঘ্ৰই এই বছৰ চাকৰি পাব।
কুম্ভ ৰাশিফল ২0২0
কুম্ভ ৰাশিফল ২০২০ অনুসাৰে আপোনি এই বছৰ কিছু চ্যালেঞ্জৰ মুখামুখি হব এবং মিশ্রিত ফলাফল
পাব। এই বছৰ, আপোনাৰ স্বাস্থ্য সংক্ৰান্ত বিষয়ত বিশেষ যত্ন লব লাগিব। বছৰৰ অধিক সময়
আপোনি ভ্রমণ কৰি থাকিব, যাৰ বিনিময়ত আপোনি ভাল ফল পাব। যদিও আপোনি ভাল উপাৰ্জন কৰিব,
কিন্তু সেই অনুপাতে আপোনাৰ ব্যয়ও বৃদ্ধি জি আপোনাৰ জীৱনলৈ আৰ্থিক সমস্যা লৈ আনিব।
এই বছৰ আধ্যাত্মিক দিশত খুঁজ দিব পাৰে। বিদেশ ভ্ৰমণ কৰা আগ্ৰহী জাতক সকলৰ স্বপ্ন পূৰণ
হব পাৰে। আপোনি আপোনাৰ কৰ্মস্থল পৰিবৰ্তন কৰিব পাৰে। নিজৰ প্ৰিয়জনৰ প্ৰতি বিশেষ যত্নশীল
হব লাগিব। শিক্ষাৰ্থী সকলে নিজৰ লক্ষ্য অৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ
পাৰিবাৰিক জীবনত কিছু সাময়িক সমস্যা সৃষ্টি হব পাৰে। আপোনাৰ সঙ্গীৰ সৈতে ভাল বুজা পৰা
থকাটো বিশেষ ভাবে প্ৰয়োজন। আপোনাৰ প্ৰেম জীবনৰ বাবে এই সময়কাল খুব অনুকূল নহয়, সেইবাবে
প্ৰেমৰ ক্ষেত্ৰত আপোনি অলপ যত্নশীল হব লাগিব।
মীন ৰাশিফল ২0২0
মীন ৰাশিফল ২০২০ অনুসাৰে , এই বছৰ আপোনি সাফল্য পাব আৰু সম্পদ অৰ্জন কৰিব পাৰিব। আপোনি
আপোনাৰ ঘনিষ্ঠ বন্ধু, আত্মীয় এবং প্ৰিয়জনক লগ পোৱাৰ সুযোগ পাব। আপোনাক হাতত দিয়া
যিকোনো কাম আপোনি পূৰ্ণ কৰাত সক্ষম হব আৰু বিচৰা মতে সাফল্য পাব। পাৰিবাৰিক জীবনত আপোনি
কিছু বাধাৰ সম্মুখীন হব পাৰে। সেইবাবে, আপোনি আপোনাৰ বুদ্ধি আৰু কৌশলৰ দ্বাৰা বিপদৰ
মোকাবেলা কৰাত সক্ষম হব। আপোনি সমাজৰ বয়স্ক অথবা সম্মানিত ব্যক্তিৰ আশীৰ্বাদ পাব।
আপোনি আপোনাৰ ব্যস্ত সময়সূচীৰ কাৰণে কিছু ক্লান্ত হব পাৰে যি আপোনাৰ স্বাস্থ্যক প্ৰভাবিত
কৰিব পাৰে। এই কাৰণে কাম কৰাৰ সময়ত আপোনি সৰু সৰু বিৰতি লব লগা হব পাৰে। আপোনি এই
বছৰ সফলতাৰ শীৰ্ষত থাকিব। কোনো অভিজ্ঞ ব্যক্তিৰ সমৰ্থন পাব পাৰে। আপোনাৰ নাম আৰু খ্যাতি
সমাজত বৃদ্ধি পাব। এই বছৰ আপোনি কম ভ্ৰমণ কৰিব লাগিব আৰু প্ৰচুৰ আৰ্থিক লাভ পাব পাৰিব।
ব্যবসায়ত আশাতীত সাফল্য লাভ কৰিব।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Horoscope 2023
- राशिफल 2023
- Calendar 2023
- Holidays 2023
- Chinese Horoscope 2023
- Education Horoscope 2023
- Purnima 2023
- Amavasya 2023
- Shubh Muhurat 2023
- Marriage Muhurat 2023
- Chinese Calendar 2023
- Bank Holidays 2023
- राशि भविष्य 2023 - Rashi Bhavishya 2023 Marathi
- ராசி பலன் 2023 - Rasi Palan 2023 Tamil
- వార్షిక రాశి ఫలాలు 2023 - Rasi Phalalu 2023 Telugu
- રાશિફળ 2023 - Rashifad 2023
- ജാതകം 2023 - Jathakam 2023 Malayalam
- ৰাশিফল 2023 - Rashifal 2023 Assamese
- ରାଶିଫଳ 2023 - Rashiphala 2023 Odia
- রাশিফল 2023 - Rashifol 2023 Bengali
- ವಾರ್ಷಿಕ ರಾಶಿ ಭವಿಷ್ಯ 2023 - Rashi Bhavishya 2023 Kannada